• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • এয়া কি! ATMৰ পৰা টকা উলিয়াবলৈ যোৱা যুৱতীৰ উদ্দাম নৃত্য, মুহূৰ্তৰ ভিতৰতে ভাইৰেল ভিডিও

এয়া কি! ATMৰ পৰা টকা উলিয়াবলৈ যোৱা যুৱতীৰ উদ্দাম নৃত্য, মুহূৰ্তৰ ভিতৰতে ভাইৰেল ভিডিও

ATMৰ ভিতৰতে এগৰাকূী যুৱতীৰ অদ্ভুত নৃত্য। এই ভিডিও এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

ATMৰ ভিতৰতে এগৰাকূী যুৱতীৰ অদ্ভুত নৃত্য। এই ভিডিও এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

ATMৰ ভিতৰতে এগৰাকূী যুৱতীৰ অদ্ভুত নৃত্য। এই ভিডিও এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

  • Share this:
ATMৰ পৰা টকা উলিওৱা একেবাৰে সাধাৰণ কথা। কিন্তু টকা উলিয়াবলৈ গৈ আনন্দত আত্মহাৰা হৈ পৰিল এগৰাকী যুৱতী। এই অদ্ভুত ভিডিও ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে। ইনষ্টাগ্ৰামত প্ৰায় ১২ লাখ ইউজাৰ্চে ইতিমধ্যে চাইছে ভিডিওটো।

মাহৰ প্ৰথমতে বেংক একাউণ্টত টকা সোমালে সকলোৰে আনন্দ লাগে। টকা সোমোৱাৰ লগে লগে হিচাপ কৰাত লাগি যায় বহুলোক। এগৰাকী যুৱতীয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা ভিডিও। এগৰাকীয়ে ভিডিও দেখি লিখিছে- চেলাৰী সোমোৱাৰ আনন্দত আত্মহাৰা হৈ পৰিছে।

যদিও ভিডিওটোত যুৱতীগৰাকীয়ে শ্বেয়াৰ কৰিছে, তথাপিও তেওঁ কিয় ইমান আনন্দত আত্মহাৰা হৈছে, সেয়া লিখা নাই।
Published by:Himangshu Bhuyan
First published: