‘ৱৰ্ক ফ্ৰম হোম’- কামৰ মাজতে এই যন্ত্ৰসমূহৰ সহায়ত সহজে কৰক ঘৰৰ কাম

News18 Assam | News18-Assam
Updated:June 28, 2020, 7:19 PM IST
‘ৱৰ্ক ফ্ৰম হোম’- কামৰ মাজতে এই যন্ত্ৰসমূহৰ সহায়ত সহজে কৰক ঘৰৰ কাম
বৰ্তমানৰ বিশ্বব্যাপী কোৰোণাৰ সংহাৰ। ফলত বহুতে ঘৰৰ পৰাই অফিছৰ কাম কাজ কৰিবলগীয়া হৈছে।

বৰ্তমানৰ বিশ্বব্যাপী কোৰোণাৰ সংহাৰ। ফলত বহুতে ঘৰৰ পৰাই অফিছৰ কাম কাজ কৰিবলগীয়া হৈছে।

  • Share this:
বৰ্তমানৰ বিশ্বব্যাপী কোৰোণাৰ সংহাৰ। ফলত বহুতে ঘৰৰ পৰাই অফিছৰ কাম-কাজ কৰিবলগীয়া হৈছে। “ৱৰ্ক ফ্ৰম হ’ম” কিছুমানৰ বাবে এতিয়া এক নতুন জীৱনশৈলী হৈ পৰিছে। অফিছৰ কাম, ঘৰুৱা কাম-কাজ আৰু অন্যান্য দায়িত্ব একেলগে পালন কৰাটো এতিয়া অত্যন্ত কঠিন প্ৰত্যাহ্বান হৈ পৰিছে।

বাচন-বৰ্তন ধোৱাৰে পৰা ঘৰ পৰিষ্কাৰ কৰালৈকে অনেক কাম এতিয়া আপোনাৰ কান্ধত। আপুনি ইয়াক কেনেকৈ সহজ কৰি তুলিব? কিছু যন্ত্ৰই আপোনাৰ দৈনন্দিন কাম-কাজক অনেক সহজ কৰি তুলিব পাৰে।




  1. বট ভেকুৱাম ক্লীনাৰ


https://www.shutterstock.com/image-photo/robotic-vacuum-cleaner-on-laminate-wood-675896125

সেই বেঁকা নাল থকা গধুৰ ভেকুৱামৰ কথা পাহৰি যাওক, যাৰ সহায়ত আপুনি ঘৰ পৰিষ্কাৰ কৰোতে ঠেলিব লগা হয়, টানিব লগা হয়, ধৰি থকা অথবা খুলিব লগীয়াও হয়। আজিৰ যুগৰ ভেকুৱাম ক্লীনাৰে টাইলচ, কাৰ্পেট, পাৰি থোৱা অথবা কাঠৰ মজিয়াকো পৰিষ্কাৰ কৰিব পাৰে। ইয়াত আছে নেভিগেশ্যন চেন্সৰ, ৱাটাৰ টেংক, ইনফ্ৰাৰেড ইণ্ডাকশ্বন আৰু ধূলি-মাকতি বিচাৰি উলিয়াব পৰা প্ৰযুক্তি আৰু লগতে অন্য স্মাৰ্ট ফীছাৰ্ছ। কিছুমান ৰ’বট ভেকুৱাম মোবাইল এপ আৰু ভয়ছ কমাণ্ডেৰেও নিয়ন্ত্ৰণ কৰিব পৰা যায়। এই সৰু সৰু যন্ত্ৰই আপোনাৰ ঘৰখন পৰিষ্কাৰ কৰি ৰখাটো তেনেই সহজ কৰি তোলে।

এইযন্ত্ৰৰ মূল্য কিছু অধিক হ’ব পাৰে। কিন্তু HDFC বেংকৰ ছামাৰ ট্ৰীটৰ সহায়ত  আপোনাৰ ডেবিট বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি EasyEMIৰ জৰিয়তে ক্ৰয় কৰিব পাৰে বা লাভ কৰিব পাৰে কেশ্ববেক।



  1. ডিশ্বৱাশ্বাৰ


https://www.shutterstock.com/image-photo/open-dishwasher-clean-dishes-white-kitchen-730584517

জুতি লগাকৈ বিবিধ ব্যঞ্জন প্ৰস্তুত কৰাটো খুবেই ভাল কথা, কিন্তু পাছত ধুবলগীয়া লেতেৰা বাচন-বৰ্তনে মূৰৰ বিষ কৰি তুলিব পাৰে। যদি আপোনাৰ পৰিয়ালটো ডাঙৰ, তেন্তে দিনত তিনিবাৰকৈ বাচন ধোৱাটো কেৱল কষ্টকৰ কামেই নহয়, অনেক সময়ৰো অপচয় ঘটে। এনে পৰিস্থিতিত ডিশ্বৱাশ্বাৰ খুবেই লাভজনক। আজিকালিৰ ডিশ্বৱাশ্বাৰ বিদ্যুত্‍ আৰু পানী ৰাহি কৰা বিধৰ হয়। আৰু কিছুমানক স্মাৰ্ট ডিভাইছেৰে সংযুক্ত কৰিবও পাৰি। এনেকৈয়ে আপোনাৰ বিদ্যুত্‍ আৰু পানীও ৰাহি হয়।



  1. 5-ইন-1 স্মাৰ্ট কনভাৰ্টিবল ৰেফ্ৰিজাৰেটৰ


https://www.shutterstock.com/image-photo/open-refrigerator-filled-fresh-fruits-vegetable-561902914

লাগিলে আপুনি সপ্তাহৰ বাবেই আহাৰ ৰান্ধিব খুজিছে বা গোটেই সপ্তাহৰ বাবে আহাৰ ষ্ট’ৰ কৰিব খুজিছে, অথবা বাৰে বাৰে দোকানলৈ যোৱাৰ পৰা হাত সাৰিবলৈ প্ৰয়োজনীয় সামগ্ৰী অধিক আনি জমা কৰিছে- আপোনাৰ প্ৰয়োজন পূৰ্ণ  কৰিবৰ বাবে ৰেফ্ৰিজাৰেটৰৰ প্ৰয়োজন। নতুন যুগৰ 5-ইন-1 স্মাৰ্ট কনভাৰ্টিবল ৰেফ্ৰিজাৰেটৰ সেই কামৰ বাবে অতি উপযুক্ত। ইয়াৰ আকাৰৰ বাহিৰেও ইয়াত শীঘ্ৰে ফ্ৰীজ কৰিবৰ বাবে, শাক-পাচলি সতেজ ৰাখিবৰ বাবে কেইবাটাও কুলিং ম’ড আছে আৰু ইয়াত আছে গন্ধ নিয়ন্ত্ৰণ কৰাৰো সুবিধা।

আপুনি এই উপকৰণসমূহ ক্ৰয় কৰোতে আপোনাৰ বাজেটৰ বিষয়ে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। HDFC বেংক ছামাৰ ট্ৰীট অফাৰত আপুনি কেশ্ববেক লাভ কৰিব পাৰে আৰু Samsung আৰু LG ইলেকট্ৰিকেলৰ বিপণীৰ পৰা ক্ৰয় কৰোতে কোনো অতিৰিক্ত খৰচ নথকা ই.এম.আই.ৰ বিকল্পও লাভ কৰিব পাৰে।



  1. HD স্মাৰ্ট টিভি আৰু থিয়েটাৰ চিষ্টেম


https://www.shutterstock.com/image-photo/home-theater-white-wall-140083633

ঘৰৰ ভিতৰত সোমাই থকাটো এতিয়া প্ৰয়োজনীয় হৈ পৰিছে। কোনো কতো যাব পৰা নাই, ঘৰতে সোমাই থাকিবলগীয়া হৈছে। ভাল খবৰটো হৈছে- আপুনি স্মাৰ্ট HD টিভিৰ যোগেদি নিজৰ বিনোদন বৃদ্ধি কৰিব পাৰে। সেয়েহে যিকোনো দোকানলৈ গৈ বোলছবি চোৱাৰ

অভিজ্ঞতাক আপগ্ৰেড কৰক। এইবোৰত চলি আছে HDFC বেংকৰ ছামাৰ ট্ৰীট অফাৰ। যাৰ যোগেদি আপুনি কেশ্ববেকৰ লাভ গ্ৰহণ কৰিব পাৰে বা HDFC ডেবিট/ক্ৰেডিট কাৰ্ডৰ সহায়ত বা PayZapp-ৰ দ্বাৰা পৰিশোধ কৰি অনলাইন ক্ৰয় কৰাৰ  লগতে ৰিৱাৰ্ড পইন্টো লাভ কৰিব পাৰে।

 



ব্লুটুথ হেডছেট: এক উত্তম মানৰ ব্লুটুথ হেডছেটে আপোনাক পাৰ্শ্বৱৰ্তী হুলস্থুল আৰু শব্দ নয়জ-কেঞ্চেলেশ্যনৰ দ্বাৰা লুপ্ত কৰি কল কৰিবলৈ, কনফাৰেন্স মিটিং কৰিবলৈ সহায় কৰে, বা সৰু-সুৰা কাম যেনে দুৱাৰ খুলিবলৈ যোৱা, চাহ একাপ বনোৱা ইত্যাদি কৰাত সহায় কৰে।



.লেপটপ: আপুনি যদি লাহে লাহে চলা লেপটপটোৰ পৰা আমনি পাইছে আৰু আপোনাৰ কামতো প্ৰভাৱ পৰিছে, তেন্তে আপুনি এনেকুৱা এটা লেপটপ বিচাৰিব লাগিব যি কেইবাটাও কাম কৰাৰ লগতে কোনো অসুবিধা নোহোৱাকৈ কাম পৰিবৰ্তন কৰাৰ সুবিধা দিয়ে।  হাই ৰিজলুশ্যন আৰু দ্ৰুত প্ৰছেছৰে দিব পাৰে উত্তম ইউজাৰ এক্সপেৰিয়েন্স। এনে কম্পিউটাৰৰ সন্ধান কৰক যাৰ বেটেৰী অনেক সময় ধৰি চলে যাতে বিজুলী কৰ্তন হ’লেও আপুনি কোনো অসুবিধা নোহোৱাকৈ কাম কৰিব পাৰে।

যি সময়ত সমগ্ৰ পৃথিৱী কোৰোণাৰ সৈতে যুঁজিছে, আপুনি সেই কামবোৰ কৰক যি আপোনাৰ ঘৰত চাপ হ্ৰাস কৰি আপোনাৰ সুস্বাস্থ্য বজাই ৰাখে। আপোনাৰ ক্ৰয়ৰ প্ৰক্ৰিয়া সহজ কৰিবৰ বাবে HDFC বেংক ছামাৰ ট্ৰীটৰ  সুবিধা চাওক। আকৰ্ষণীয় কেশ্ববেক অফাৰ, কোনো অতিৰিক্ত খৰচ নথকা EMI-ৰ যোগেদি আপুনি এতিয়া সুৰক্ষিত থাকিয়েই এই সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰে।
First published: June 28, 2020, 6:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading