আপোনাক ভোগালীৰ ওলগ জনালো। মেজিৰ জুইয়ে যেন সকলো অমংগল, হিংসা-বিদ্বেষ পুৰি শেষ কৰে তাৰেই কামনা কৰিছো।
সকলোকে আগতিয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰো আপোনাৰ আগন্তুক দিনবোৰ কুশলে যায় তাৰেই কামনা কৰিছো।
ভোগালী বিহুয়ে সকলোৰে জীৱনলৈ সূখ সমৃদ্ধি কঢ়িয়াই আনক। ভাতৃত্ববোধৰ এনাজৰী ডাল আৰু সুদৃঢ় কৰক।
‘নিয়ৰ সৰা গধুলি, মাঘ মাহৰ জাননী, মেজিৰ তলৰ ধেমালি, চোৱা আহি পালে ভোগালী’ ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ জনাইছো।
মেজিৰ পৱিত্র জুইয়ে সকলোৰে হৃদয় উমাল কৰি তোলক। তাৰেই কামনা কৰিছো।