உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ৰাশি অনুযায়ী ২০২১ত শুভ ফল পাবলৈ এই ৰঙৰ পোছাক পিন্ধক! সকলো বিপদ আঁতৰিব

    ৰাশি অনুযায়ী ২০২১ত শুভ ফল পাবলৈ এই ৰঙৰ পোছাক পিন্ধক! সকলো বিপদ আঁতৰিব

    জ্যোতিষ শাস্ত্ৰ অনুযায়ী এইবছৰ কোন ৰাশিৰ বাবে কেনেধৰণৰ পোছাক ভাল জানি লওক

    জ্যোতিষ শাস্ত্ৰ অনুযায়ী এইবছৰ কোন ৰাশিৰ বাবে কেনেধৰণৰ পোছাক ভাল জানি লওক

    জ্যোতিষ শাস্ত্ৰ অনুযায়ী এইবছৰ কোন ৰাশিৰ বাবে কেনেধৰণৰ পোছাক ভাল জানি লওক

    • Share this:
    ২০২০ চনটো বহুতৰে বাবে বেয়া হ'ল। তাৰ অন্যতম কাৰণ হ'ল কোৰোণা ভাইৰাছ। বহু মানুহে হেৰুৱালে সংস্থাপন, পঢ়া-শুনাৰ ক্ষেত্ৰতো কষ্টৰ সন্মুখীন হ'ল। কিন্তু ২০২১ চনতো কেনেকৈ পাৰ হ'ব, সেইলৈ বহুতৰ মনত উত্কণ্ঠা। জ্যোতিষ শাস্ত্ৰ অনুসৰি এই বছৰ কোন ৰাশিৰ বাবে কি ৰং শুভ জানি লওক সেই সন্দৰ্ভতঃ

    • মেঘঃ এইবছৰ মেঘ ৰাশিৰ জাতক-জাতিকাৰ বাবে সম্ভৱত গোলপীয়া ৰঙৰ পোছাক পৰিধান কৰাটো শুভ।

    • বৃষঃ শুভ ৰং নীলা। বাধা আঁতৰ কৰিব, আয় উন্নত হ'ব এই ৰঙৰ পোছাক পৰিধান কৰিব।

    • কৰ্কট ৰাশি- আকাশী ৰং বা বগা ৰং।

    • মিথুন- ৰঙা ৰং সচঁৰাচৰ এৰাই চলাই ভাল।

    • সিংহ- কমলা ৰং ব্যৱহাৰ কৰিলে লাভ কৰিব সুফল।

    • কন্যা- নীলা ৰং এই ৰাশিৰ জাতক-জাতিকাৰ বাবে অতিকৈ শুভ।

    • তুলা- বগা বা বেঙুনীয়া ৰং শুভ।

    • বৃশ্চিক- মেৰুণ ৰং শুভ।

    • ধনু- হালধীয়া ৰং এই ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ।

    • মকৰ- কলা ৰং এই ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ। 

    • কুম্ভ- নীলা, কলা ৰং শুভ।

    • মীন- হালধীয়া, বেঙুনীয়া, হালধীয়া ৰং ব্যৱহাৰ কৰক।

    Published by:Himangshu Bhuyan
    First published: