• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • দীপাৱলীৰ সময়ত নাটনি হ’ব পাৰে ৰন্ধন গেছৰ!

দীপাৱলীৰ সময়ত নাটনি হ’ব পাৰে ৰন্ধন গেছৰ!

Source-Google

Source-Google

উৎসৱৰ বতৰত দেশবাসীৰ বাবে আছে এটা বেয়া খবৰ!

  • Share this:
    দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন। তাৰ পিছতেই দীপাৱলী। কিন্তু উৎসৱৰ বতৰত দেশবাসীৰ বাবে আছে এটা বেয়া খবৰ! দীপাৱলীৰ সময়ত সমগ্ৰ দেশত নাটনি হ’ব পাৰে LPG চিলিণ্ডাৰৰ। ছৌদি আৰৱত থকা আৰামকো’ৰ প্লেণ্টত সংঘটিত হোৱা ড্ৰ’ণ আক্ৰমণৰ পিছত এতিয়া দেশখনত প্ৰাকৃতিক গেছৰ নাটনি হোৱাৰ অনুমান কৰা হৈছে। যাৰ প্ৰভাৱ এতিয়া ভাৰতবৰ্ষতো পৰাৰ সম্ভাৱনা আছে।
    First published: