উৎসৱৰ বতৰত দেশবাসীৰ বাবে আছে এটা বেয়া খবৰ!
দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন। তাৰ পিছতেই দীপাৱলী। কিন্তু উৎসৱৰ বতৰত দেশবাসীৰ বাবে আছে এটা বেয়া খবৰ! দীপাৱলীৰ সময়ত সমগ্ৰ দেশত নাটনি হ’ব পাৰে LPG চিলিণ্ডাৰৰ। ছৌদি আৰৱত থকা আৰামকো’ৰ প্লেণ্টত সংঘটিত হোৱা ড্ৰ’ণ আক্ৰমণৰ পিছত এতিয়া দেশখনত প্ৰাকৃতিক গেছৰ নাটনি হোৱাৰ অনুমান কৰা হৈছে। যাৰ প্ৰভাৱ এতিয়া ভাৰতবৰ্ষতো পৰাৰ সম্ভাৱনা আছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|