உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • সুখবৰ! হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য, জানক আপোনাৰ চহৰত পেট্ৰ’ল–ডিজেল আৰু ৰন্ধন গেছৰ মূল্য কিমান?

    সুখবৰ! হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য, জানক আপোনাৰ চহৰত পেট্ৰ’ল–ডিজেল আৰু ৰন্ধন গেছৰ মূল্য কিমান?

    ফাইল ফটো

    ফাইল ফটো

    প্ৰতি মাহৰ আৰম্ভনিতে ৰন্ধন গেছৰ মূল্য নিৰ্ধাৰণ কৰা হয়। আনহাতে প্ৰতি দিনে পুৱা পেট্ৰ’ল–ডিজেলৰ নতুন নিৰিখ জাৰি কৰে তৈল কোম্পানীসমূহে।

    • Share this:
    ৰন্ধন গেছৰ নতুন মূল্য নিৰ্ধাৰণ। প্ৰতি মাহৰ আৰম্ভনিতে ৰন্ধন গেছৰ মূল্য নিৰ্ধাৰণ কৰা হয়। ছেপ্তেম্বৰ মাহৰ কাৰণে জাৰি কৰা নতুন নিৰিখে কিছু সকাহ দিয়াৰ আশা। গুৱাহাটীত প্ৰায় ৩৩টকা হ্ৰাস পাইছে ৰন্ধন গেছৰ ঘৰুৱা চাৰে চৈধ্য কিলোগ্ৰাম চিলিণ্ডাৰৰ মূল্য। বৰ্তমান গুৱাহাটীত এই চিলিণ্ডাৰৰ মূল্য ৬১০ টকা। জানক অসমৰ আন চহৰত কি কি নিৰিখ? তালিকাত যোৱা মাহৰ আৰু এইমাহৰ নিৰিখ। 

    আনহাতে পেট্ৰ’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ ধাৰা অব্যাহত। জানক আজিৰ আৰু কালিৰ  পেট্ৰ’লৰ নিৰিখ।

    মধ্যবিত্ত শ্ৰেণীক কোঙা কৰি অব্যাহত থকা মূল্যবৃদ্ধিৰ মাজতে ডিজেলৰ মূল্যও আকাশলংঘী হৈছে। জানক আজিৰ আৰু কালিৰ ডিজেলৰ নিৰিখ। 
    First published: