• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ৭০০ টকাৰ LPG Cylinder পাওক মাত্ৰ ২০০ টকাত, জানক অফাৰৰ বিষয়ে সবিশেষ

৭০০ টকাৰ LPG Cylinder পাওক মাত্ৰ ২০০ টকাত, জানক অফাৰৰ বিষয়ে সবিশেষ

গেছ চিলিণ্ডাৰত পোণপটীয়াকৈ কৰক ৫০০ টকাৰ সঞ্চয়।

গেছ চিলিণ্ডাৰত পোণপটীয়াকৈ কৰক ৫০০ টকাৰ সঞ্চয়।

গেছ চিলিণ্ডাৰত পোণপটীয়াকৈ কৰক ৫০০ টকাৰ সঞ্চয়।

  • Share this:
নতুন দিল্লীঃ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ(LPG cylinder) মূল্য শেহতীয়াকৈ চৰকাৰে ৫০টকা বৃদ্ধি কৰিছিল। ইয়াৰ পিছত ৰাজসাহাৰ্যবিহীন ১৪.২ কিলোগ্ৰামৰ এলপিজি চিলিণ্ডাৰৰ মূল্য (Gas cylinders) ৬৪৪ টকাৰ পৰা ৬৯৪টকা হৈছিল। এমাহত চিলিণ্ডাৰৰ মূল্য এয়া দ্বিতীয়বাৰলৈ বাঢ়িছিল। ইয়াৰ পূৰ্বে ১ ডিচেম্বৰতো ৫০টকা দাম বাঢ়িছিল। কিন্তু এতিয়া আপুনি এই মহঙা চিলিণ্ডাৰ মাত্ৰ ২০০টকাত ক্ৰয় কৰিব পাৰিব। জানক কেনেকৈ উঠাব এই অফাৰৰ লাভ...

আপুনি পে’টিএম Paytm এপৰ জৰিয়তে নিজৰ এলপিজি চিলিণ্ডাৰ (LPG cylinder) বুক কৰি ৫০০টকালৈকে কেচবেক পাব পাৰে। দেশৰ বেছিভাগ অংশত এলপিজি চিলিণ্ডাৰৰ চাবচিডিৰ পিছত দাম ৭০০টকাৰ পৰা ৭৫০টকালৈকে আছে। এনেকুৱাত আপুনি এই বিশেষ কেচবেকৰ সুবিধাৰে ২০০টকাৰ পৰা ২৫০টকা খৰছ কৰি HP, Indane, Bharat Gasৰ এলপিজি চিলিণ্ডাৰ ঘৰলৈ আনিব পাৰিব।

Paytm এপৰ জৰিয়তে কেনেকৈ বুক কৰিব LPG cylinder...
Step-1: যদি আপোনাৰ ফোনত Paytm App নাই তেনেহ’লে ডাউনলোড কৰক।

Step-2: এতিয়া নিজৰ ফোনত পেটিএম এপ খোলক।

Step-3: এতিয়া 'recharge and pay bills'লৈ যাওক।

Step-4: এতিয়া 'book a cylinder' অপচন খোলক।

Step-5: ভাৰত গেছ, এইচ পি বা ইণ্ডেনৰ মাজত নিজৰ গেছ প্ৰভাইডাৰ বাচনি কৰক।

Step-6: ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰ বা নিজৰ LPG ID ভৰাওক।

Step-7: ইয়াৰ পিছত আপুনি পেমেণ্ট অপচন দেখা পাব।

Step-8: এতিয়া পেমেণ্ট আদায়ৰ পূৰ্বে অফাৰত গৈ 'FIRSTLPG' প্ৰম’ ক’ড ভৰাওক।

31 ডিচেম্বৰলৈকে ভেলিড এই অফাৰ
পাঁচশ টকালৈকে এই কেচবেক পেটিএম এপৰ জৰিয়তে প্ৰথমবাৰ এলপিজি চিলিণ্ডাৰ বুক কৰোৱা গ্ৰাহকেহে এই সুবিধা পাব পাৰে। গ্ৰাহকে Paytm LPG Cylinder Booking Cashback Offerৰ লাভ ৩১ ডিচেম্বৰ, ২০২০লৈকে ল’ব পাৰিব। গতিকে সস্তা গেছ চিলিণ্ডাৰ পাবলৈ আপোনাৰ হাতত মাত্ৰ দুটা দিনহে বাকী।
First published: