জনতাৰ মূৰত মাধমাৰ! আকৌ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

News18 Assam | News18-Assam
Updated:February 12, 2020, 11:58 AM IST
জনতাৰ মূৰত মাধমাৰ! আকৌ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য
Source-Google

গেছ চিলিণ্ডাৰৰ মূল্য ১৪৪.৫০ৰ পৰা ১৪৯ টকালৈকে বৃদ্ধি পাইছে। ১২ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব নতুন নিৰিখ

  • News18 Assam
  • Last Updated: February 12, 2020, 11:58 AM IST
  • Share this:
আকৌ বৃদ্ধি পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পাইছে ১৪৪.৫০ টকাৰ পৰা ১৪৯ টকালৈ। ৰাজহুৱা খণ্ডৰ তেল কোম্পানী সমূহে বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰিছে ৰাজসাহাৰ্য বিহীন চিলিণ্ডাৰৰ মূল্য। ইয়াৰ পূৰ্বেও চলিত বৰ্ষৰ ১ জানুৱাৰী তাৰিখে বৃদ্ধি পাইছিল গেছ চিলিণ্ডাৰৰ দাম।
আৰু চাওক
পৰৱৰ্তী বাতৰি