• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • আকৌ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, প্ৰতিটো চিলিণ্ডাৰত কিমান বাঢ়িল?

আকৌ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, প্ৰতিটো চিলিণ্ডাৰত কিমান বাঢ়িল?

বিগত এটা মাহত চতুৰ্থবাৰ দাম বৃদ্ধি কৰাৰ লগতে ৫ দিনৰ ভিতৰত দ্বিতীয়বাৰ বৃদ্ধি কৰা হ’ল চিলিণ্ডাৰৰ দাম।

  • Share this:
আকৌ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। পেট্ৰ’ল–ডিজেলৰ লগতে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামো। প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম পুনৰ বৃদ্ধি কৰা হ’ল ২৫ টকাকৈ। বৰ্তমান প্ৰতিটো চিলিণ্ডাৰৰ দাম হ’লগৈ ৮২৬ টকা।

বিগত সপ্তাহতো ২৫ টকাকৈ বৃদ্ধি পাইছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। তেতিয়া প্ৰতিটো চিলিণ্ডাৰৰ দাম আছিল ৮০১ টকা। বিগত এটা মাহত চতুৰ্থবাৰ দাম বৃদ্ধি কৰাৰ লগতে ৫ দিনৰ ভিতৰত দ্বিতীয়বাৰ বৃদ্ধি কৰা হ’ল চিলিণ্ডাৰৰ দাম।
Published by:Sanjay Kumar Das
First published: