
৩১ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া TETক লৈ বিশেষ নিৰ্দেশনা। LP স্কুল আৰু UP স্কুলৰ শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষাক লৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা। শালীন পোছাক পৰিধান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
৩১ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া TETক লৈ বিশেষ নিৰ্দেশনা। LP স্কুল আৰু UP স্কুলৰ শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষাক লৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা। শালীন পোছাক পৰিধান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
৩১ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া TETক লৈ বিশেষ নিৰ্দেশনা। LP স্কুল আৰু UP স্কুলৰ শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষাক লৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা।
শালীন পোছাক পৰিধান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কিছুদিন পূৰ্বে পৰীক্ষাগৃহত হাফ পেণ্ট পিন্ধি অহাক লৈ যি বিতৰ্কৰ সৃষ্টি হৈছিল তাৰ পিছতেই পোছাকক লৈ এই নিৰ্দেশনা দিয়া হৈছে বুলি অনুমান কৰা হৈছে। পৰীক্ষাৰ আধাঘণ্টা পূৰ্বে পৰীক্ষাহলত উপস্থিত হ'ব লাগিব পৰীক্ষাৰ্থী। মোবাইল ফোন, কেলকুলেটৰ বা কোনো ইলেকট্ৰনিক সামগ্ৰী পৰীক্ষাহললৈ নিব নোৱাৰিব। কলা বা নীলা ৰঙৰ বল পেন ব্যৱহাৰ কৰিব পাৰিব। সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|