অসমত আছে লটাৰী খেলৰ এক সুকীয়া বৈশিষ্ট। ভাগ্য পৰীক্ষা আৰু সৰহ পৰিমাণৰ ধন লাভ কৰাৰ অন্য এক উপায় লটাৰী খেল। এটা সময়ত ভাৰতবৰ্ষত সম্পূৰ্ণৰূপে নিষিদ্ধ আছিল লটাৰী। কিন্তু এতিয়া সলনি হল সময়। উচ্চতম ন্যায়ালয়ে ১৩ খন ৰাজ্যক লিগেল লটাৰী(lottery khobor) অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে। অসম ইয়াৰে ভিতৰত এখন উল্লেখযোগ্য ৰাজ্য, য'ত লটাৰী বাধ্য।
Assam State Lottery Results for December 15 | Results Announced at 5:00 PM; 1st Prize at ₹ 10 Lakhs
অসম চৰকাৰে হেণ্ডল কৰে এই অপাৰেটিং চিষ্টেম। অসমৰ উপৰিও ১২খন অন্য ৰাজ্য ক্ৰমে গোৱা, মহাৰাষ্ট্ৰ, কেৰালা, মধ্যপ্ৰদেশ, পাঞ্জাৱ, ৱেষ্ট বেংগল, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, ছিক্কিম, নাগালেণ্ড আৰু মিজোৰমতো বৈধ লটাৰী।
.বুধবাৰে অসম লটাৰীৰ তিনিটা ফলাফল ঘোষণা কৰা হয়ঃ 12 PMৰ ভিতৰত ঘোষণা কৰা হয় The Assam Future lotteryৰ ফলাফল।
সন্ধিয়া ৫ বজাৰ ভিতৰত ঘোষণা কৰা হয় Assam Singam Lotteryৰ ফলাফল।
নিশা ৮ বজাৰ ভিতৰত ঘোষণা কৰা হয় Assam Kuil Lottery ৰ ফলাফল।
The Assam lottery অনুষ্ঠিত হৈছিল পিডাব্লিউডি-আইবি কমপ্লেক্স, তেঙাপাৰা, কোকৰাঝাৰত। 'Singam Green Lottery'ৰ ফলাফল বুধবাৰে সন্ধিয়া ৫ বজাত ঘোষণা কৰা হয় অফিচিয়েল ৱেবচাইট http://assamlotteries.com/ত। ইয়াৰ প্ৰথম পুৰষ্কাৰ ১০ লাখ টকা। টিকেটৰ দাম মাত্ৰ ১০ টকা।
সন্ধিয়া ৫ বজাৰ ভিতৰত ঘোষণা কৰা হয় Assam Singam Lotteryৰ ফলাফল।
প্ৰথম পুৰষ্কাৰঃ ১৫ লাখ টকা, দ্বিতীয় পুৰষ্কাৰ- ২০ হাজাৰ টকা(দহ জনক), তৃতীয় পুৰষ্কাৰ- ২ হাজাৰ টকা(১০ জনক), চতুৰ্থ পুৰষ্কাৰ- ১ হাজাৰ টকা(১০ জন লোকক), পঞ্চম পুৰষ্কাৰ- ২৫০ টকা(১০ জন লোকক)
ASSAM FUTURE LOTTERY – 12 PM
প্ৰথম পুৰষ্কাৰঃ ১০ লাখ টকা, দ্বিতীয় পুৰষ্কাৰ- ১০ হাজাৰ টকা(দহ জনক), তৃতীয় পুৰষ্কাৰ-১ হাজাৰ টকা(১০ জনক), চতুৰ্থ পুৰষ্কাৰ- ৫০০ টকা(১০ জন লোকক), পঞ্চম পুৰষ্কাৰ- ২০০ টকা(১০ জন লোকক)
ASSAM KUIL LOTTERY – 8 PM
প্ৰথম পুৰষ্কাৰঃ ১০ লাখ টকা, দ্বিতীয় পুৰষ্কাৰ- ১০ হাজাৰ টকা(দহ জনক), তৃতীয় পুৰষ্কাৰ-১ হাজাৰ টকা(১০ জনক), চতুৰ্থ পুৰষ্কাৰ- ৫০০ টকা(১০ জন লোকক), পঞ্চম পুৰষ্কাৰ- ২০০ টকা(১০ জন লোকক)
দ্যা অসম লটাৰী অনুষ্ঠিত আৰু পৰিচালনা কৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলে। ‘Claim Forms’ খন অফিচিয়েল ৱেবচাইট http://assamlotteries.com/ৰ পৰা ডাউনলোড কৰিব লাগিব। কেপিটেল লেটাৰত সবিশেষ পূৰণ কৰিব লাগিব। জয়ী হোৱা ব্যক্তিয়ে ইয়াৰ লগত ভেলিড ফটো আইডি ফৰ্মৰ লগত গাঠি দিব লাগিব। ফৰ্ম জমা কৰিব লাগিব ফলাফল ঘোষণা কৰাৰ ৩০ দিনৰ ভিতৰত ফলাফল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|