Lord Shiva Puja: হিন্দু ধৰ্মত ভগৱান শিৱক (
Lord Shiva) সকলো দেৱতাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। এইটোও কোৱা হয় যে ভগৱান শিৱই একমাত্ৰ পৃথিৱীখন চলায়। তেওঁ যিমান শান্ত সিমানেই ৰুদ্ৰ। শাস্ত্ৰ অনুসৰি সোমবাৰ (Monday) দিনটো ভগৱান শিৱ প্ৰতি উৎসৰ্গিত। শিৱক সন্তুষ্ট কৰিবলৈ মানুহে উপবাস কৰে। ধৰ্মীয় শাস্ত্ৰ অনুসৰি মহাদেৱৰ আৰাধনা যিকোনো সময়তে কৰিব পাৰি, কিন্তু এইটো বিশ্বাস কৰা হয় যে সন্ধিয়া তেওঁৰ উপাসনা কৰিলে অধিক ফলদায়ক হয়। ভোলানাথক সন্তুষ্ট কৰিবলৈ বেছি একো কৰিব নালাগে, কেৱল এটা বিশেষ স্তোত্ৰ পাঠ কৰিলেই সন্তুষ্ট হয় ভগৱান শিৱ।
এই স্তোত্ৰৰ পাঠ কৰিলে ভগৱান শিৱই ভক্তসকলৰ ইচ্ছা পূৰণ কৰে। কোৱা হয় যে যদি কোনো লোকে ভগৱান শিৱৰ ধ্যান বা আৰাধনা কৰে আৰু ৰামচৰিত মানসৰ পৰা লোৱা এই বিশেষ স্তোত্ৰ পাঠ কৰে তেন্তে সেইলোকজন ভগৱান শিৱৰ কৃপাৰ যোগ্য হৈ পৰে। জ্যোতিষ শাস্ত্ৰ অনুসৰি এই স্তোত্ৰ পাঠ কৰি অতি কম সময়ৰ ভিতৰতে প্ৰভূ শিৱক সন্তুষ্ট কৰিব পাৰি আৰু দ্ৰুত ফলদায়ক বুলিও গণ্য কৰা হয়। লগতে এই স্তোত্ৰ কম সময়তে আৰু কম আয়াসতে মনত ৰাখিবও পাৰি।
নমামিশমিষাণ নিৰ্বাণ ৰূপং, বিভু ব্যাপকং ব্ৰহ্ম বেদ: স্বৰূপম্।
নিজং নিৰ্গুণং নিৰ্বিকল্পং নিৰিহং, চিদাকাশ মাকাশৱাচং ভজেহম্।।
নিৰাকাৰ মোংকাৰ মূলং তুৰিয়ং, গিৰাজ্ঞান গোতিতমীশং গিৰীশম্।
কৰালং মহাকাল কালং কৃপালুং, , গুণাগাৰ সংসাৰম পাৰং নতোহম্।।
তুষাৰাদি সংকাশ গৌৰং গম্ভীৰং, মনোভূত কোট্ প্ৰভা শ্ৰী শৰীৰম্।
স্ফুৰন্মৌলি কল্লোলিনী চাৰু গংগা, লছন্দ্ৰজাল বালেন্দু কণ্ঠে ভূজংগা।।
চলত্কুণ্জলং শুভ্ৰ নেত্ৰ বিশালং, প্ৰসন্নানং নীলকণ্ঠ দয়ালম্।
মৃগাধীশ চৰ্মাম্বৰং মুণ্ডমালং, প্ৰিয় শংকৰং সৰ্বনাতং ভজামি।।
প্ৰচণ্ডং প্ৰকষ্টং প্ৰগলভং পৰেশং, অখণ্ডং অজং ভানু কোটে প্ৰকাশং।
ত্ৰয়শূল নিৰ্মূলং শূল পাণীং, ভজেহং ভৱানীপতিম ভাৱ গম্যম্।।
কলাতীত তল্যাণ কল্পান্তকাৰী, সদা সচ্চিদানন্দ দাতা পূৰাৰী।
চিদানন্দ সন্দোহ মোহাপহাৰী, প্ৰসীদ প্ৰসীদ প্ৰভো মন্মথাৰী।।
ন যাব্দ উমানাথ পদাৰীৱিন্দং, ভজন্তীহ লোকে পৰে ৱা নৰাণম্।
ন তাৱত সুখং শান্তি সন্তাপ নাশং, প্ৰসীদ প্ৰভো সৰ্ব ভূতাদি ৱাসং।।
ন জানামী য়োগং জপং নৈৱ পূজা, ন তোহম সদা সৰ্বদা শম্ভূ তুভ্যম্।
জৰা জন্ম দুঃখৌঘ ততাপ্যামানং, প্ৰভোপাহি আপন্নামামীশ শম্ভো।।
ৰুদ্ৰাষ্টকং ইদং প্ৰোক্তং ৱিপ্ৰেণ হৰ্ষোতয়ে
য়ে পঠন্তি নৰা ভক্তয়াং তেষাং শম্ভো প্ৰসীদতি।।
(Disclaimer: এই প্ৰবন্ধৰ তথ্য আৰু পৰামৰ্শ সাধাৰণ বিশ্বাসৰ ওপৰত আধাৰিত। NEWS18 অসম নৰ্থ-ইষ্টে ইয়াৰ সত্যতা নিশ্চিত নকৰে। এইবোৰ নিজে প্ৰয়োগ কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি লোৱাটো বাঞ্চনীয়।)