বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ হয় বেংক বন্ধ। সেই ৰাজ্যৰ উৎসৱ–পাৰ্বন অনুসৰি নিৰ্ধাৰণ কৰা হয় বেংক বন্ধৰ দিন। চাওক এই মাহটোৰ বেংক বন্ধৰ তালিকা।
বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ হয় বেংক বন্ধ। সেই ৰাজ্যৰ উৎসৱ–পাৰ্বন অনুসৰি নিৰ্ধাৰণ কৰা হয় বেংক বন্ধৰ দিন। চাওক এই মাহটোৰ বেংক বন্ধৰ তালিকা।
বেংকত কোনো গুৰুত্বপূৰ্ণ কাম থাকিলে এই খবৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। বেংকৰ যি কাম আছে সেয়া সোমবাৰেই কৰি লোৱাটো বুদ্ধিমানৰ কাম হ’ব। কাৰণ এপ্ৰিল মাহত মুঠ ৯ দিন বন্ধ থাকিব বেংক। ইয়াৰ ভিতৰত ৬ দিন অহা সপ্তাহত পৰিছে। আৰ বি আইৰ ফালৰ পৰা জাৰি কৰা বেংক বন্ধৰ তালিকাও চাব পাৰে আপুনি।
বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ হয় বেংক বন্ধ। সেই ৰাজ্যৰ উৎসৱ–পাৰ্বন অনুসৰি নিৰ্ধাৰণ কৰা হয় বেংক বন্ধৰ দিন। চাওক এই মাহটোৰ বেংক বন্ধৰ তালিকা।
১৩ এপ্ৰিল, মঙলবাৰ – উদাগি, তেলেগু নিই ইয়েৰ, ব’হাগ বিহু, গুড়ি পৰৱা, বৈশাখী, বিজু উৎসৱ।
১৪ এপ্ৰিল, বুধবাৰ : ডা০ আম্বেদকাৰ জয়ন্তী, অশোকা দ্য গ্ৰেটৰ জন্মদিন, তামিল নিউ ইয়েৰ, মহা বিশুবা সংক্ৰান্তি, ব’হাগ বিহু।
১৫ এপ্ৰিল, বৃহস্পতিবাৰ – হিমাচল ডে’, প্ৰথম ব’হাগ।
১৬ এপ্ৰিল, শুকুৰবাৰ – ব’হাগ বিহু।
১৮ এপ্ৰিল, দেওবাৰ।
২১ এপ্ৰিল, বুধবাৰ – ৰাম নৱমী, গৰিয়া পূজা।
২৪ এপ্ৰিল – মাহৰ চতুৰ্থটো শনিবাৰ।
২৫ এপ্ৰিল – মহাবীৰ জয়ন্তী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|