ধাৰাবাহিকভাৱে পেট্ৰ’ল–ডিজেলৰ দৰ কমিয়েই আছে। চতুৰ্থ দিনটোতো হ্ৰাস পালে পেট্ৰ’ল–ডিজেলৰ মূল্য। তেল কোম্পানীয়ে প্ৰতিলিটাৰ পেট্ৰ’লত ১৬ পইচা আৰু ডিজেলত ১৫ পইচাকৈ হ্ৰাস কৰিলে।
ধাৰাবাহিকভাৱে পেট্ৰ’ল–ডিজেলৰ দৰ কমিয়েই আছে। চতুৰ্থ দিনটোতো হ্ৰাস পালে পেট্ৰ’ল–ডিজেলৰ মূল্য। তেল কোম্পানীয়ে প্ৰতিলিটাৰ পেট্ৰ’লত ১৬ পইচা আৰু ডিজেলত ১৫ পইচাকৈ হ্ৰাস কৰিলে।
ধাৰাবাহিকভাৱে পেট্ৰ’ল–ডিজেলৰ দৰ কমিয়েই আছে। চতুৰ্থ দিনটোতো হ্ৰাস পালে পেট্ৰ’ল–ডিজেলৰ মূল্য। তেল কোম্পানীয়ে প্ৰতিলিটাৰ পেট্ৰ’লত ১৬ পইচা আৰু ডিজেলত ১৫ পইচাকৈ হ্ৰাস কৰিলে। মূল্য হ্ৰাসৰ পিছত ৰাজধানী দিল্লীত এক লিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ ৭০.৫৬ টকা আৰু এক লিটাৰ ডিজেলত দাম হ’লগৈ ৬৪.৫০ টকা।
কোনখন চহৰত কিমান দাম পেট্ৰ’ল–ডিজেলৰঃ
ইণ্ডিয়ান অইলৰ ৱেবছাইট অনুসৰি দিল্লী, কলকাতা, মুম্বাই আৰু চেন্নাইত পেট্ৰ’লৰ মূল্য কমি হ’লগৈ ক্ৰমেঃ ৭০.৫৬ টকা, ৭২.৮১ টকা, ৭৬.২৫ টকা আৰু ৭৩.৩১ টকা প্ৰতিলিটাৰত। চাৰিওখন মহানগৰীত ডিজেলৰ মূল্য কমি হ’ল ক্ৰমেঃ ৬৪.৫০ টকা, ৬৬.৪২ টকা, ৬৭.৬৪ টকা আৰু ৬৮.২৪ টকা প্ৰতিলিটাৰত।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|