உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Tokyo Paralympics: টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ পঞ্চমটো স্বৰ্ণপদক, কৃষ্ণা নাগৰে স্বৰ্ণপদক ৰচিলে ইতিহাস

    Tokyo Paralympics: টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ পঞ্চমটো স্বৰ্ণপদক, কৃষ্ণা নাগৰে স্বৰ্ণপদক ৰচিলে ইতিহাস

    টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ১৯লৈ বৃদ্ধি পালে। ভাৰতে এতিয়ালৈ ৫টা স্বৰ্ণপদক, ৮টা ৰূপৰ পদক আৰু ৬টা ব্ৰঞ্জৰ পদক দখল কৰিছে।

    • Share this:
    টকিঅ’ পেৰা অলিম্পিকত কৃষ্ণা নাগৰে (Krishna Nagar) স্বৰ্ণপদক লাভ কৰি ৰচিলে ইতিহাস। এছএল৬ ক্লাছ ফাইনেলত কৃষ্ণা নাগৰে হংকঙৰ চু মান কেইক পৰাস্ত কৰে। টকিঅ’ পেৰা অলিম্পিকত (Tokyo Paralympics) বেডমিণ্টনত এয়া ভাৰতৰ চতুৰ্থ পদক। টকিঅ’ পেৰা অলিম্পিকত এয়া ভাৰতৰ পঞ্চমটো স্বৰ্ণ। কৃষ্ণাৰ পূৰ্বে বেডমিণ্টনত প্ৰমোদ ভগতে স্বৰ্ণ, সুহাস য়তিৰাজে ৰূপ আৰু মনোজ সৰকাৰে ব্ৰঞ্জৰ পদক দখল কৰিছে।

    ইয়াৰ লগতে টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ১৯লৈ বৃদ্ধি পালে। ভাৰতে এতিয়ালৈ ৫টা স্বৰ্ণপদক, ৮টা ৰূপৰ পদক আৰু ৬টা ব্ৰঞ্জৰ পদক দখল কৰিছে।
    Published by:Sanjay Kumar Das
    First published: