নিজৰ PF ৰ টকা সুৰক্ষিত হৈ থকাটো বিচাৰে যদি সোনকালে কৰক এই কাম

News18-Assam
Updated:November 16, 2019, 4:04 PM IST
নিজৰ PF ৰ টকা সুৰক্ষিত হৈ থকাটো বিচাৰে যদি সোনকালে কৰক এই কাম
আধাৰ কাৰ্ডেৰে লিংক কৰক আপোনাৰ PF একাউণ্ট

আধাৰ কাৰ্ডেৰে লিংক কৰক আপোনাৰ PF একাউণ্ট

  • Share this:
চাকৰি কৰা সকলৰ বাবে কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনে আৰম্ভ কৰিছে এক নতুন সুবিধা। এই সুবিধাৰ বাবে এতিয়া Provident Fund  একাউণ্টক আধাৰ নম্বৰৰ সৈতে লিংক কৰাটো অত্যন্ত জৰুৰী। EPFO এ শেহতীয়াকৈ নিজৰ subscribers ৰ বাবে এক অনলাইন সেৱা আৰম্ভ কৰিছে। যাৰ জৰিয়তে আপুনি নিজৰ PF একাউণ্টক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাব পাৰিব।

আধাৰ কাৰ্ডৰ সৈতে PF একাউণ্ট লিংক কৰিলে কি লাভ হ’ব?

এই কাম কৰিলে PF একাউণ্ট হ’ল্ডাৰে PF ৰ লগত জড়িত সকলো আপডেট প্ৰতি মুহূৰ্ততে লাভ কৰি থাকিব পাৰিব।

 



আৰু চাওক
পৰৱৰ্তী বাতৰি