আপোনাৰ SBIৰ একাউণ্ট আছে নেকি? জানি লওক এই নিয়ম

News18-Assam
Updated:November 17, 2019, 12:57 PM IST
আপোনাৰ SBIৰ একাউণ্ট আছে নেকি? জানি লওক এই নিয়ম
SBI ৰ একাউণ্টত প্ৰত্যেক মাহে নিৰ্ধাৰিত এক নূন্যতম ধনৰাশি জমা ৰখাটো বাধ্যতামূলক। অন্যথা ভৰিব লগা হয় জৰিমনা

SBI ৰ একাউণ্টত প্ৰত্যেক মাহে নিৰ্ধাৰিত এক নূন্যতম ধনৰাশি জমা ৰখাটো বাধ্যতামূলক। অন্যথা ভৰিব লগা হয় জৰিমনা

  • News18 Assam
  • Last Updated: November 17, 2019, 12:57 PM IST
  • Share this:
দেশৰ সৰ্ববৃহৎ পাব্লিক চেক্টৰ বেংক,  ভাৰতীয় ষ্টেট বেংকত নিজৰ গ্ৰাহক সকলৰ বাবে বিভিন্ন ধৰণে একাউণ্ট খোলাৰ বিকল্প পদ্ধতি আছে। SBI ত আপোনাৰ ছেভিংছ একাউণ্ট, ফিক্স ডিপজিট আৰু ৰেকাৰিং ডিপজিত কৰিও ধন জমা কৰিব পাৰি। শেহতীয়াকৈ SBI এ চেভিংছ একাউণ্টত ১ লাখ টকাতকৈ কম ধন জমা ৰাখিলে সুতৰ হাৰ কমাই ৩.২৫ শতাংশ কৰিছে। SBI ৰ এই নিয়ম ১ নবেম্বৰৰ পৰা এই নিয়ম কাৰ্যকৰী হৈছে।

উল্লেখযোগ্য যে, SBI গ্ৰাহকে একাউণ্টত নিৰ্ধাৰিত এক নূন্যতম ধনৰাশি জমা ৰখাটো বাধ্যতামূলক। SBI  একাউণ্টত বেলেঞ্চক লৈ এই নিয়ম চহৰ ভেদে বেলেগ বেলেগ।


 

আৰু চাওক পৰৱৰ্তী বাতৰি