ক'বলৈ গ'লে 2021 বছৰটো ক্ৰিপ্ট'কাৰেন্সীৰ বাবে এক আকৰ্ষণীয় বছৰ আছিল। আগৰ বছৰবোৰত কেৱল অন্তৰ্নিহিত ব্লকচেইন প্লেটফৰ্মৰ বিষয়ে কোৱা হৈছিল যি ক্ৰিপ্ট'কাৰেন্সীৰক শক্তি প্ৰদান কৰে। কিন্তু এই বছৰ NFT আৰু মেটাভাৰ্চৰ দৰে এপ্লিকেচনৰ উত্থান দেখা গৈছিল যিবোৰক ক্ৰিপ্ট' ব্যৱহাৰ কৰি মূল্যযুক্ত বস্তুবোৰৰ লেনদেন আৰু ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।
এই ক্ৰিপ্ট'ৰ দুনীয়াত ইমানবোৰ কিবা কিবি ঘটি থকাৰ পিছত যদি আপুনি এতিয়াও নতুন-যুগৰ ডিজিটেল সম্পদৰ যুগত যোগদান কৰিবলৈ অপেক্ষা কৰি আছে, তেনেহ'লে লাভজনক বিনিয়োগৰ উত্তম সুযোগ হেৰাই যোৱাৰ অনুভূতি আপুনি অনুভৱ কৰাটো স্বাভাৱিক। কিন্তু আপুনি সেইটো কৰাৰ আগতে আপুনি উত্তৰ দিব লগা আটাইতকৈ বুনিয়াদী প্ৰশ্নবোৰৰ ভিতৰত এটা হ'ল আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম কৰি অৰ্জন কৰা ধন কোনটো ক্ৰিপ্ট'কাৰেন্সী এক্সচেঞ্জত বিনিয়োগ কৰিব? সেই একমাত্ৰ সিদ্ধান্তটোৱে আপোনাৰ ক্ৰিপ্ট'কাৰেন্সীৰ যাত্ৰা কিমান ভালদৰে আগবাঢ়িব তাক একাধিক ধৰণে নিৰ্ধাৰণ কৰিব পাৰে।
ক্ৰিপ্ট'কাৰেন্সী এক্সচেঞ্জ কি:ক্ৰিপ্ট'কাৰেন্সী এক্সচেঞ্জ কি প্ৰথমে সেইটো বুজি লওঁ আহক। এটা ক্ৰিপ্ট'কাৰেন্সী এক্সচেঞ্জ হৈছে এক ব্যৱসায় বা কোম্পানী যি গ্ৰাহকসকলক ক্ৰিপ্ট' সম্পদৰ ক্ৰয় আৰু ব্যৱসায় কৰিবলৈ অনুমতি দিয়ে। এক্সচেঞ্জটোৱে পৰম্পৰাগত মুদ্ৰা যেনে ভাৰতীয় টকা, পৰম্পৰাগত বেঙ্ক একাউণ্ট বা UPI আদিৰ দৰে অন্যান্য পৰিশোধ পদ্ধতিৰ জৰিয়তে গ্ৰাহকক ক্ৰিপ্ট' সম্পদ ক্ৰয় কৰাত অপৰিহাৰ্যভাৱে সহায় কৰে।
যদি আপুনি ট্ৰেডিঙৰ বাবে ব্যৱহাৰ কৰিবলৈ ভুল এক্সচেঞ্জ বাছনি কৰে তেন্তে ক্ৰিপ্ট'কাৰেন্সী ক্ৰয় কৰাটো এক অপব্যয়ী প্ৰক্ৰিয়া হ'ব পাৰে। সুখৰ কথা যে আপুনি ভাৰতত আপোনাৰ ক্ৰিপ্ট' সম্পদৰ যাত্ৰা আৰম্ভ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা সৰ্বশ্ৰেষ্ঠ এক্সচেঞ্জবোৰৰ ভিতৰত এটা আমি বিচাৰি পাইছো যিটোৰ নাম হৈছে – ZebPay। ইয়াত কেইটামান বৈশিষ্ট্য আছে যিয়ে ZebPay ক আমাৰ মতে এক পছন্দৰ এক্সচেঞ্জ ৰূপে গঢ়ি তোলে।
ZebPay ক বিবেচনা কৰাৰ মুখ্য কাৰণসমূহ:
- প্ৰৱেশতকোনোবাধানাই
বহুতো নতুন ক্ৰিপ্ট' সম্পদ ব্যৱহাৰকাৰীৰ মনত থকা এটা কথিত ধাৰণা হ'ল যে তেওঁলোকে এটা সম্পূৰ্ণ মুদ্ৰা ক্ৰয় কৰিব লাগিব। Bitcoin ৰ মূল্যলৈ লক্ষ্য কৰিলে আমি দেখিম যে বৰ্তমান এটা মুদ্ৰাই 36.5 লাখ টকাত ট্ৰেড কৰে বা Ether যাৰ মূল্য এটা মুদ্ৰাৰ বাবে প্ৰায় 3 লাখ টকা। মুদ্ৰাৰ এই আকাশলঙ্ঘী দামে বহুতক ক্ৰিপ্ট' সম্পদৰ বিনিয়োগত সোমাবলৈ বাধা দিয়ে।
উদাহৰণ স্বৰূপে ZebPay ৰ সৈতে এজন গ্ৰাহকে তেওঁলোকৰ পচন্দৰ যিকোনো ক্ৰিপ্ট'ত একেবাৰে সৰ্বনিম্ন 100 INR-ৰ সৈতে বিনিয়োগ আৰম্ভ কৰিব পাৰে। এইটোৱে নতুন কাৰোবাক ক্ৰিপ্ট' সম্পদৰ জটিলতা শিকিবলৈ, অস্থিৰতাৰ কথা বুজিবলৈ আৰু তেওঁলোকৰ যাত্ৰাত অধিক বিনিয়োগ কৰিবলৈ আত্মবিশ্বাস অৰ্জন কৰিবলৈ সুবিধা দিয়ে।
কেৱল আপোনাৰ ZebPay ৱালেটত ধন জমা কৰক। সেই জমা ধনেৰে ক্ৰিপ্ট' ক্ৰয় কৰক আৰু ZebPay ৰ অনন্য সুবিধাবোৰৰ সৈতে আপোনাৰ পৰ্টফলিঅ' বৃদ্ধি হোৱা চাওক যিয়ে আপোনাক কেৱল ক্ৰিপ্ট' ধৰি ৰখাৰ বাবে ৰিটাৰ্ণ অৰ্জন কৰিবলৈ সুবিধা দিয়ে।
- 60+ ক্ৰিপ্ট'কাৰেন্সীৰ সৈতে আপোনাৰ নিজা পৰ্টফলিঅ' তৈয়াৰ কৰক
যদিও সকলো সময়তে কেৱল কেইটামান ক্ৰিপ্ট'ৰ বিষয়ে আলোচনা কৰা হয় তথাপি বৰ্তমান সময়ত হাজাৰ হাজাৰ ক্ৰিপ্ট' সম্পদ আছে। আন কিছুমান ক্ৰিপ্ট' আছে যি পিছত কেৱল কেলেংকাৰী হিচাপে চিহ্নিত হৈ পৰে (স্কুইড গেম টোকেন মনত আছেনে আপোনাৰ?)। উদাহৰণ স্বৰূপে এক ভাল ক্ৰিপ্ট'কাৰেন্সী এক্সচেঞ্জে গ্ৰাহকক কেৱল শীৰ্ষ 10 টা ক্ৰিপ্ট'কাৰেন্সীতকৈ অধিক বিকল্প প্ৰদান কৰিব লাগিব। সেয়েহে আমি গ্ৰাহকক ZebPay ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিওঁ। ক্ৰিপ্ট'কাৰেন্সী এক্সচেঞ্জে আপোনাক এটা মাত্ৰ ক্ৰিপ্ট' বা 60 টা বিভিন্ন ক্ৰিপ্ট'ৰ সম্ভাৰৰ পৰা এটা পৰ্টফলিঅ' তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে যি আপোনাক আপোনাৰ বিনিয়োগৰ ওপৰত অধিক বিকল্প প্ৰদান কৰে।
- ক্ৰিপ্ট' জমাকৰিৰাখকআৰুউপাৰ্জনকৰকআপোনাৰ ZebPay একাউণ্টত জমা কৰি ৰখাৰ বাবে আপোনাৰ ক্ৰিপ্ট' সম্পদৰ পৰা অতিৰিক্ত ৰিটাৰ্ণ প্ৰাপ্ত কৰক। বাছনি কৰা ক্ৰিপ্ট'বোৰ দৈনিক 0.5% ৰ পৰা 6% পৰিসৰত ৰিটাৰ্ণৰ বাবে যোগ্য। গ্ৰাহকৰ স্পট বা ট্ৰেডিং ৱালেটৰ বেলেন্সৰ ওপৰত আৰু আনকি অমীমাংসিত হৈ থকা (বিক্ৰী) অৰ্ডাৰৰ ওপৰত দৈনিক ৰিটাৰ্ণ গণনা কৰা হয়। আপোনাৰ ZebPay একাউণ্টক এটা সাধাৰণ বেংক একাউণ্ট হিচাপে কল্পনা কৰক যিয়ে আপোনাক কেৱল আপোনাৰ ক্ৰিপ্ট' ইয়াত জমা কৰি ৰখাৰ বাবে সূত প্ৰদান কৰে। এইটো এক সুন্দৰ সুযোগ।
- ঋণপ্ৰদানকৰাপ্লেটফৰ্মৰসুবিধাগ্ৰহণকৰক,ZebPay ৰ সুকীয়া সুবিধাই আপোনাক আপোনাৰ ক্ৰিপ্ট'কাৰেন্সী এক্সচেঞ্জলৈ ধাৰ দিবলৈ আৰু আপোনাৰ বিনিয়োগত আৰু অধিক লাভ অৰ্জন কৰিবলৈ সুবিধা প্ৰদান কৰে।
এতিয়া ই কেনেদৰে কাম কৰে সেয়া তলত বৰ্ণনা কৰা হৈছে –
আপুনি মুকলি ম্যাদৰ বাবে বা এটা স্থিৰ ম্যাদৰ বাবে ঋণ দিয়াৰ সিদ্ধান্ত ল'ব পাৰে। প্ৰথমটোৰ অধীনত আপুনি সেই দিনা প্ৰযোজ্য আপোনাৰ ক্ৰিপ্ট' এছেটত ৰিটাৰ্ণ অৰ্জন কৰিব। ৰিটাৰ্ণবোৰ দৈনিক আধাৰত জমা কৰা হ'ব আৰু আপুনি যিকোনো সময়তে আপোনাৰ একাউণ্টত আপোনাৰ হ'ল্ডিং ঘূৰাই দিয়াৰ সিদ্ধান্ত ল'ব পাৰে।
স্থিৰ ম্যাদৰ অধীনত আপুনি 7 দিন, 30-দিন, 60-দিন বা 90 দিনৰ ম্যাদৰ বাবে আপোনাৰ ক্ৰিপ্ট' ধাৰ দিব পাৰে। আপুনি বাছনি কৰা ম্যাদ অনুসৰি ৰিটাৰ্ণৰ হাৰ পৃথক পৃথক হব। ম্যাদ শেষ হোৱাৰ পিছত ৰিটাৰ্ণৰ লগতে আপোনাৰ হ'ল্ডিং আপোনাৰ ট্ৰেডিং ৱালেটত জমা কৰা হ'ব।
থুলমূলকৈ কবলৈ হ'লে এইবোৰে আপুনি সম্পত্তিৰ ওপৰত স্থিৰ ৰিটাৰ্ণ অৰ্জন কৰাৰ বাহিৰে বজাৰৰ পৰম্পৰাগত ফিক্সড ডিপ'জিট একাউণ্টৰ দৰে একে ধৰণে কাম কৰে যি সময়ৰ লগে লগে মূল্যও বৃদ্ধি কৰিব পাৰে। আপোনাৰ বিনিয়োগত অধিক লাভ অৰ্জন কৰিবলৈ এক্সচেঞ্জলৈ আপোনাৰ ক্ৰিপ্ট' সম্পদ ঋণ দিয়াটো আন এটা উল্লেখযোগ্য বৈশিষ্ট্য যি ZebPay ক এটা ভাল বিকল্প কৰি তোলে।
- 66% তকৈ অধিক ভাৰতীয় বিনিয়োগকাৰীৰ দ্বাৰা বিশ্বাসী,ZebPay হৈছে 2014 চনত প্ৰতিষ্ঠা হোৱা ভাৰতৰ আটাইতকৈ পুৰণি এক্সচেঞ্জসমূহৰ ভিতৰত এটা। দৰাচলতে ক্ৰিপ্ট' ইনফ্লুয়েঞ্চাৰ -Crypto Kanoon য়ে 2020 চনত কৰা এক জৰীপত জানিব পাৰিছিল যে 2/3 ভাগ (বা 66.6%) ভাৰতীয় বিনিয়োগকাৰীয়ে তেওঁলোকৰ প্ৰথম Bitcoin ZebPay ত ক্ৰয় কৰিছিল।
আপুনি কোনটো ক্ৰিপ্ট'কাৰেন্সী প্লেটফৰ্ম বাছনি কৰে সেইটো নিৰ্ধাৰণ কৰিব লগা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকবোৰৰ ভিতৰত এটা এক্সচেঞ্জটোৰ বিশ্বাস আৰু সুৰক্ষাৰ ওপৰত আধাৰিত হ'ব লাগিব। এই দুয়োটা ক্ষেত্ৰতে আপুনি ZebPay ক ইয়াৰ শক্তিশালী প্লেটফৰ্ম আৰু স্বকীয় বৈশিষ্ট্যৰ সৈতে ক্ৰিপ্ট' সম্পদৰ সজাগতা আৰু প্ৰসাৰৰ শীৰ্ষত পাব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এক্সচেঞ্জটো দেশৰ আধাতকৈ অধিক ক্ৰিপ্ট'ইনভেষ্টৰৰ দ্বাৰা বিশ্বাস কৰা হয়। যিটোৱে Zebpay ৰ সৈতে আপোনাৰ নিজৰ একাউণ্ট খোলাৰ সময়ত আপোনাক সুৰক্ষিত অনুভৱ কৰাব।
ইমানবোৰ ভাল ভাল সুবিধা থকাৰ পিছত আমি কেৱল আপোনাক আপোনাৰ নিজৰ
ZebPay একাউণ্ট খোলাৰ আৰু ইয়াৰ নানান সামগ্ৰী আৰু বৈশিষ্ট্যসমূহৰ সুবিধা লোৱা আৰম্ভ কৰাৰ পৰামৰ্শ দিব পাৰোঁ। আপোনাৰ একাউণ্ট
ইয়াত খোলক।
#Partnered
FIRST PUBLISHED : December 29, 2021, 14:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।