টকা নাথাকিলে জীৱনত সমস্যাৰ অন্ত নাই। আমি সকলোৱে বিচাৰো অগাধ ধন–সম্পত্তি অৰ্জন কৰিব। কিন্তু কিমানজনে পাৰে! বহু সময়ত বহু লোকৰ পকেট একেবাৰী খালী হৈ পৰে। কিন্তু মানিবেগত এইসমূহ বস্তু ৰাখিলে মা লক্ষ্মীৰ কৃপা সকলো সময়তে আপোনাৰ সৈতে থাকে বুলি বিশ্বাস।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 17, 2022, 09:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।