অভিনয় জগতলৈ কৰিশ্মা কাপুৰৰ কন্যা সমাইৰা, কাৰ ছবিত কৰিব অভিনয়?

News18 Assam | News18-Assam
Updated:March 17, 2020, 12:14 PM IST
অভিনয় জগতলৈ কৰিশ্মা কাপুৰৰ কন্যা সমাইৰা, কাৰ ছবিত কৰিব অভিনয়?
ছবিখনৰ জৰিয়তে অভিনয় জগতত খোজ দিলে কৰিশ্মাৰ কন্যাই।

ছবিখনৰ জৰিয়তে অভিনয় জগতত খোজ দিলে কৰিশ্মাৰ কন্যাই।

  • Share this:
বলীউদৰ এসময়ৰ জনপ্ৰিয় অভিনেতা–অভিনেত্ৰীসকলৰ সন্তানে বৰ্তমান পদাৰ্পণ কৰিছে ছবি জগতত। এটা সময়ৰ জনপ্ৰিয় অভিনেত্ৰী কৰিশ্মা কাপুৰৰ কন্যা সমাইৰায়ো শেহতীয়াকৈ খোজ দিলে অভিনয় জগতত। চাংকী পাণ্ডে আৰু কৰিশ্মা কাপুৰৰ কন্যাই মিলি এখন ছুটী ছবি নিৰ্মাণ কৰিছে। ছবিখন পৰিচালনা কৰিছে খোদ চাংকী পাণ্ডেই। ছুটী ছবিখনৰ নাম ‘দৌৰ’।

ছবিখনৰ জৰিয়তে অভিনয় জগতত খোজ দিলে কৰিশ্মাৰ কন্যাই। এই ছবিখনৰ নিৰ্দেশক চাংকী পাণ্ডেৰ কন্যা ৰিচা পাণ্ডে। কৰিশ্মা কাপুৰৰ কন্যা সমাইৰাৰ সৈতে সঞ্জয় কাপুৰৰ কনিষ্ঠ পুত্ৰ জাহান কাপুৰেও এই ছবিখনৰ জৰিয়তে অভিনয় জগতত পদাৰ্পণ কৰিছে। ছবিখনৰ দৈৰ্ঘ্য প্ৰায় চাৰে সাত মিনিট।
আৰু চাওক
পৰৱৰ্তী বাতৰি