মোবাইল ইণ্টাৰনেট ডেটাৰ কথা ক’লে জিঅ’তকৈ সুলভমূল্যৰ আৰু আকৰ্ষণীয় প্লেন আৰু কোনো নেটৱৰ্কৰে নাই। Long term planয়ে হওক বা Sachet(কম মূল্যৰ) plansয়ে হওক প্ৰতিটো প্লেনত কেইবাটাও বিনামূলীয়া সেৱা প্ৰদান কৰে। এয়াই নহয় জিঅ’ৰ তৰফৰ পৰা ৫০ টকাতকৈও কম মূল্যৰ প্লেন উপলব্ধ, যাৰ দ্বাৰা JioPhone ব্যৱহাৰকাৰীয়ে সম্পূৰ্ণ মাহটোত বিনামূলীয়েকৈ ফোন কৰিব পাৰে। কিন্তু আপোনালোকক জিঅ’ৰ এনে এটা প্লেনৰ বিষয়ে য’ত গ্ৰাহকে ১৯৮ টকাৰ ৰিচাৰ্জ কৰিব লাগিব। এই প্লেনৰ জৰিয়তে কি কি সুবিধা লাভ কৰিব।
১৯৮ টকাৰ প্লেন– এই প্লেনৰ আধাৰত পূৰ্বে গ্ৰাহকে প্ৰতিদিনত লাভ কৰিছিল 1.5GB ডেটা কিন্তু এতিয়া লাভ কৰিব 2GB ডেটা। ইয়াৰ ভেলিডিটী ২৮ দিনৰ য’ত প্ৰতিদিনে 2GB ডেটাৰ সৈতে আনলিমিটেড কলিং আৰু প্ৰতিদিনে ১০০SMS লাভ কৰিব। এইসমূহ প্লেনৰ সৈতে আপুনি লাভ কৰিব জিঅ’ৰ প্ৰতিটো এপছৰ Free subscription।
জিঅ’ৰ ৪৪৯ প্লেনৰ জৰিয়তে লাভ কৰে ৩ মাহৰ সুবিধা
গ্ৰাহকে ৪৪৯ টকাৰ ৰিচাৰ্জ কৰিলে ৩ মাহলৈ লাভ কৰিব বিনামুলীয়া সেৱাৰ সুবিধা। সবিস্তাৰে জানো আহক ইয়াৰ বিষয়ে। এই প্লেনৰ আধাৰত গ্ৰাহকে ৪৪৯ টকাৰ ৰিচাৰ্জ কৰিব লাগিব। ইয়াৰ ভেলিডিটী হ’ল ৯১ দিন (৩মাহ)।
এই প্লেনৰ আধাৰত প্ৰতিদিনে 1.5GB ডেটা অৰ্থাৎ ৯১ দিনত লাভ কৰিব ১৩৬.৫ ডেটা লাভ কৰিব। প্লেনত আনলিমিটেড (১০০ প্ৰতিদিন) SMSৰ লাভো উঠাব পাৰিব। ইয়াৰোপৰি আনলিমিটেড ফোন কৰাৰ সুবিধাও লাভ কৰিব পাৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|