দীপাৱলীৰ প্ৰাকক্ষণত Jio ৰ নতুন প্লেন! আজিয়েই লওক সুবিধা

জিঅ’ই আগবঢ়াইছে ALL-in-One প্লেন

News18-Assam
Updated:October 22, 2019, 7:58 PM IST
দীপাৱলীৰ প্ৰাকক্ষণত Jio ৰ নতুন প্লেন! আজিয়েই লওক সুবিধা
জিঅ’ই আগবঢ়াইছে ALL-in-One প্লেন
News18-Assam
Updated: October 22, 2019, 7:58 PM IST
গ্ৰাহকসকলৰ বাবে ৰিলায়েঞ্চ জিঅ’ৰ আন এক ঘোষণা। যিসকল গ্ৰাহকে ৯ অক্টোবৰ বা তাৰ পূৰ্বে কোনো ৰিচাৰ্জ কৰিছে, তেওঁলোকে সেই ৰিচাৰ্জ প্লেন শেষ নোহোৱালৈকে আন নেটৱৰ্কৰ নম্বৰলৈও বিনামূলীয়াকৈ কল কৰিব পাৰিব। যেতিয়া সেই প্লেন শেষ হ’ব তেতিয়া গ্ৰাহকজনে নন জিঅ’ ইউজাৰ অৰ্থাৎ আন নেটৱৰ্কৰ নম্বৰলৈ কল কৰিবলৈ ভৰিব লাগিব প্ৰতি মিনিটত ৬ পইচাকৈ। টুইটাৰযোগে ৰিলায়েঞ্চ জিঅ’ই জনাইছে এই কথা।

সেইসময়তে এইবাৰ জিঅ’ই গ্ৰাহকলৈ আগবঢ়াইছে অন্য এক উপহাৰ। আৰম্ভ কৰিছে Jio All-in-one প্লেন।

১ মাহৰ বাবে ৰিচাৰ্জৰ মূল্য– ২২২ টকা।

২ মাহৰ বাবে ৰিচাৰ্জৰ মূল্য– ৩৩৩ টকা।

৩ মাহৰ বাবে ৰিচাৰ্জৰ মূল্য– ৪৪৪ টকা।

লগতে লাভ কৰিব প্ৰতিদিনে 2 GB ডাটা আৰু আন লিমিটেড ক’ল।

আৰু চাওক পৰৱৰ্তী বাতৰি