জিঅ’ৰ ‘New-all-in-one-plan’,৬ ডিচেম্বৰৰ পৰা হ’ব কাৰ্যকৰী

News18 Assam | News18-Assam
Updated:December 4, 2019, 8:37 PM IST
জিঅ’ৰ ‘New-all-in-one-plan’,৬ ডিচেম্বৰৰ পৰা হ’ব কাৰ্যকৰী
ম’বাইল ক্ষেত্ৰত দাম বৃদ্ধি কৰিছে সকলো টেলিকম সংস্থাই

ম’বাইল ক্ষেত্ৰত দাম বৃদ্ধি কৰিছে সকলো টেলিকম সংস্থাই

  • Share this:
ম’বাইল ক্ষেত্ৰত দাম বৃদ্ধি কৰিছে সকলো টেলিকম সংস্থাই। এই তালিকাত আছে ৰিলায়েন্স জিঅ’ও। কিন্তু দাম বৃদ্ধি কৰাৰ লগতে গ্ৰাহকৰ কাৰণে কেতবোৰ নতুন সুবিধাও আগবঢ়াইছে জিঅ’ই।



আগতকৈ প্ৰায় ৪০শতাংশ বাঢ়িল ম’বাইলৰ খৰছ, ইয়াৰ মাজতে নতুন জিঅ’ অল–ইন ৱান অফাৰ ল’লে গ্ৰাহকে প্ৰায় ৩০০শতাংশ অতিৰিক্ত সুবিধা লাভ কৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি