মাজনিশালৈ তাপছী আৰু অনুৰাগক জেৰা, আজিও চলিব পাৰে আয়কৰ বিভাগৰ অভিযান

আয়কৰ বিভাগে এই কৰফাকিৰ ঘটনাত তাপছী পান্নু আৰু অনুৰাগ কাশ্যপক বুধবাৰে নিশালৈ সোধা–পোছা কৰে।
আয়কৰ বিভাগে এই কৰফাকিৰ ঘটনাত তাপছী পান্নু আৰু অনুৰাগ কাশ্যপক বুধবাৰে নিশালৈ সোধা–পোছা কৰে।
- News18 Assam
- Last Updated: March 22, 2021, 3:28 PM IST
বুধবাৰে পুৱাৰে পৰা এই অভিযান আৰম্ভ হয় আৰু নিশাপৰ্যন্ত অব্যাহত থাকে। কিছু নথি–পত্ৰ আৰু কম্পিউটাৰ জব্দ হৈছে। বৃহস্পতিবাৰেও এই অভিযান অব্যাহত থাকিব। তাপছী আৰু অনুৰাগৰ ঘৰত এই অভিযান চলোৱাক পিছত চৰ্চা আৰম্ভ হৈছে। তাপছী আৰু অনুৰাগ দুয়ো নিজৰ দৃঢ় মনোভাৱৰ বাবে পৰিচিত। মুকলিকৈ তেওঁলোকে তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰে। দুয়ো বৰ্তমান পুনেত শ্বুটিঙত ব্যস্ত আছে আৰু অভিযানৰ সময়ত প্ৰাথমিক তদন্তৰ অংশ হিচাপে আয়কৰ কৰ্তৃপক্ষই তেওঁলোকক সোধা–পোছা কৰিছিল।