বিয়া নহয়, প্ৰথমে শিক্ষাৰ লাভৰ জৰিয়তে সৃজনী শক্তিৰ সম্পূৰ্ণ বিকাশ সাধন। দিল্লী উচ্চ ন্যায়ালয়ে দিছে গুৰুত্বপূৰ্ণ ৰায়, ১৮ ৰ পৰিৱৰ্তে এতিয়াৰ পৰা ছোৱালীৰ বিয়া দিয়াৰ নূন্যতম বয়স হ’ব লাগিব ২১ বছৰ। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে এই বিষয়ৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে এক আবেদন। আবেদনত উল্লেখ কৰা হৈছে যে লৰাৰ দৰে ছোৱালীৰ বয়সো হব লাগে ২১ বছৰ।
উল্লেখযোগ্য যে ২০১৮ চনত উচ্চতম ন্যায়ালয়ত এজন অধিবক্তাই ছোৱালীৰ দৰে লৰাৰ বিয়াৰ বয়সো ১৮ বছৰ হব লাগে বুলি এক আবেদন কৰিছিল, সেই আবেদনৰ ভিত্তিতে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে আবেদন।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|