• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • IPL 2021ত কোহলী বাহিনীৰ সপ্তমটো বিজয়। ৰয়েল চেলেঞ্জাৰ্জ বেংগালুৰুৱে পৰাস্ত কৰিলে ৰাজস্থানক , মেক্সৱেল-ভৰতৰ দৰ্শনীয় বেটিং...

IPL 2021ত কোহলী বাহিনীৰ সপ্তমটো বিজয়। ৰয়েল চেলেঞ্জাৰ্জ বেংগালুৰুৱে পৰাস্ত কৰিলে ৰাজস্থানক , মেক্সৱেল-ভৰতৰ দৰ্শনীয় বেটিং...

IPL 2021ত কোহলী বাহিনীৰ সপ্তমটো বিজয়। ৰয়েল চেলেঞ্জাৰ্জ বেংগালুৰুৱে (RCB) ৭ উইকেটত পৰাস্ত কৰিলে ৰাজস্থান ৰয়েলছক। সম্প্ৰতি ১৪ পইণ্টেৰে পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে কোহলীৰ দলটো।

  • Share this:

প্ৰথমে বেট ধৰি ৰাজস্থানে RCBৰ সন্মুখত ১৫০ ৰানৰ বিজয় লক্ষ্য দিয়ে। প্ৰত্য়ুত্তৰত মেক্সৱেলৰ অৰ্ধশতক আৰু উইকেট কীপাৰ বেটছমেন ভৰতৰ দৰ্শনীয় বেটিঙেৰে মাত্ৰ ৩টা উইকেট হেৰুৱাই বিজয় লক্ষ্য উপনীত হয় দলটো। বলিঙত পুনৰ এবাৰ জিলিকি উঠে RCBৰ মিডিয়াম পেচ বলাৰ হৰ্ষল পেটেল আৰু ৩টা উইকেট দখল কৰি ৰাজস্থানত ১৪৯ ৰানত বান্ধি ৰাখে। পুনৰ এবাৰ ব্যৰ্থ হয় অসমৰ যুৱ খেলুৱৈ ৰিয়ান পৰাগ। অৱশ্যে ফিল্ডিঙত পৰাগে কোহলীক ৰান আউট কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।
Published by:Kokil Sarma
First published: