মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»IPL 2021: দুৰ্দান্ত বলিঙেৰে বিজয় সাব্যস্ত কৰি পঞ্জাৱে এতিয়াও সজীৱ কৰি ৰাখিছে প্লেঅফৰ আশা ! অথলে গ'ল হল্ডাৰৰ বিস্ফোৰক বেটিং...

IPL 2021: দুৰ্দান্ত বলিঙেৰে বিজয় সাব্যস্ত কৰি পঞ্জাৱে এতিয়াও সজীৱ কৰি ৰাখিছে প্লেঅফৰ আশা ! অথলে গ'ল হল্ডাৰৰ বিস্ফোৰক বেটিং...

Kokil Sarma | News18-Assam
Updated:September 25, 2021, 11:12 PM IST
IPL 2021: দুৰ্দান্ত বলিঙেৰে বিজয় সাব্যস্ত কৰি পঞ্জাৱে এতিয়াও সজীৱ কৰি ৰাখিছে প্লেঅফৰ আশা ! অথলে গ'ল হল্ডাৰৰ বিস্ফোৰক বেটিং...
IPL 2021ৰ শনিবাৰে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত প্ৰথমে বেট ধৰি পঞ্জাৱে (PBKS) হায়দৰাবাদৰ (SRH) সন্মুখত ১২৬ ৰানৰ বিজয় লক্ষ্য আগত ৰাখে। প্ৰত্যুত্তৰত হায়দৰাবাদে নিৰ্ধাৰিত অভাৰত ১২০ ৰানহে কৰিবলৈ সক্ষম হয়। 

  • News18 Assam
  • Last Updated: September 25, 2021, 11:12 PM IST
  • Share this:
IPL 2021ৰ শনিবাৰে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত প্ৰথমে বেট ধৰি পঞ্জাৱে (PBKS) হায়দৰাবাদৰ (SRH) সন্মুখত ১২৬ ৰানৰ বিজয় লক্ষ্য আগত ৰাখে। পঞ্জাৱে নিৰ্ধাৰিত অভাৰত ৭টা উইকেট হেৰুৱাই ১২৫ ৰান কৰে।

প্ৰত্যুত্তৰত হায়দৰাবাদে নিৰ্ধাৰিত অভাৰত ১২০ ৰানহে কৰিবলৈ সক্ষম হয়। হায়দৰাবাদৰ হৈ জেছন হল্ডাৰে বিস্ফোৰক ৪৭ ৰান কৰিলেও বিজয় সাব্যস্ত কৰিব নোৱাৰিলে দলটোৱে। পঞ্জাৱৰ স্পীনাৰ ৰবি বিষ্ণয়ে ৩ টা উইকেট দখল কৰে আৰু ছামীয়ে দখল কৰে দুটা উইকেট।
Published by: Kokil Sarma
First published: September 25, 2021, 11:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি