• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • চলি আছে IPLৰ মেচ! পিছে গেলাৰীত বহি এয়া কি কৰিলে প্ৰেমিক যুগলে! ভাইৰেল হ'ল ভিডিও!

চলি আছে IPLৰ মেচ! পিছে গেলাৰীত বহি এয়া কি কৰিলে প্ৰেমিক যুগলে! ভাইৰেল হ'ল ভিডিও!

 ২ এপ্ৰিলত খেল চলি থকাৰ মাজতে এই প্ৰেমিক যুগল ব্যস্ত হৈ পৰিল চুম্বন কৰাত।

২ এপ্ৰিলত খেল চলি থকাৰ মাজতে এই প্ৰেমিক যুগল ব্যস্ত হৈ পৰিল চুম্বন কৰাত।

২ এপ্ৰিলত খেল চলি থকাৰ মাজতে এই প্ৰেমিক যুগল ব্যস্ত হৈ পৰিল চুম্বন কৰাত।

  • Share this:
গুজৰাট টাইটানছ বনাম দিল্লী কেপিটেলছৰ মাজৰ আছে আইপিএলৰ মেচ। কিন্তু সেইসময়তে খেলপথাৰত দেখিবলৈ পোৱা গ'ল আন এখন খেল! সেয়া হ'ল প্ৰেমৰ খেল! ২ এপ্ৰিলত খেল চলি থকাৰ মাজতে এই প্ৰেমিক যুগল ব্যস্ত হৈ পৰিল চুম্বন কৰাত।








View this post on Instagram






A post shared by Insta Desi (@insta_desii)






চাৰিওফালে কি চলি আছে পাহৰি তেওঁলোক নিজৰ মাজতে মত্ত আছিল। ওচৰত বহি থকা বহুদৰ্শকেও তেওঁলোকক তাচ্ছিল্য কৰিছিল! আৰু কেমেৰাত বন্দী হৈ পৰিছিল সমগ্ৰ দৃশ্য।

ষ্টেডিয়ামৰ কেমেৰাত আবদ্ধ কৰাৰ লগতে সম্প্ৰচাৰো হৈ যায় চুম্বনৰ দৃশ্য৷ পিছত ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ফটোখনত বহুতে কৰে বিভিন্নধৰণৰ কমেণ্ট।
Published by:Himangshu Bhuyan
First published: