ৰবীন্দ্ৰ জাদেজাই খেলখনত ভাল প্ৰদৰ্শন কৰি Man of the match বঁটা লাভ কৰে।বেটিং কৰাৰ সময়ত তেওঁ ২৮ টা বলত অপৰাজিত ৬২ ৰাণ কৰিছিল। তাৰ পিছত তিনিটা উইকেট লয় আৰু এটা ৰাণ আউটো কৰে
ৰবীন্দ্ৰ জাদেজাই খেলখনত ভাল প্ৰদৰ্শন কৰি Man of the match বঁটা লাভ কৰে।বেটিং কৰাৰ সময়ত তেওঁ ২৮ টা বলত অপৰাজিত ৬২ ৰাণ কৰিছিল। তাৰ পিছত তিনিটা উইকেট লয় আৰু এটা ৰাণ আউটো কৰে
চেন্নাই চুপাৰ কিংছে (CSK) আই পি এল ২০২১ (IPL 2021)ত একেৰাহে চতুৰ্থটো জয় পঞ্জীয়ন কৰে। CSKই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (RCB)ক ৬৯ ৰাণত পৰাস্ত কৰে।
ৰবীন্দ্ৰ জাদেজাই খেলখনত ভাল প্ৰদৰ্শন কৰি Man of the match বঁটা লাভ কৰে।
বেটিং কৰাৰ সময়ত তেওঁ ২৮ টা বলত অপৰাজিত ৬২ ৰাণ কৰিছিল। তাৰ পিছত তিনিটা উইকেট লয় আৰু এটা ৰাণ আউটো কৰে। জাদেজাই হৰ্ষল পেটেলৰ ইনিংছৰ অন্তিম অভাৰত ৫ টা ছয়সহ ৩৭ ৰাণ সংগ্ৰহ কৰে। এইটো আই পি এল ইতিহাসৰ আটাইতকৈ ব্যয়বহুল অভাৰ। CSKই প্ৰথম ইনিংছত ৪ উইকেটত ১৯১ ৰাণ কৰিছিল।
ইয়াৰ প্ৰত্যুত্তৰত আৰচিবিয়ে ৯ উইকেটত ১২২ ৰাণ সংগ্ৰহ কৰে। ৫ খন খেলত এয়া আৰচিবিৰ প্ৰথম পৰাজয়। জয়ৰ সৈতে, চেন্নাইৰ দলটো পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে। আৰচিবি দ্বিতীয় স্থানত আছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|