মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»IPL 2021: উত্তেজনাপূৰ্ণ খেলত অন্তিম বলত জয়লাভ কৰিলে ৰাজস্থান ৰয়েলছে ! ৰাহুল-মায়ংকৰ দৰ্শনীয় বেটিঙৰ পিছতো পৰাস্ত পঞ্জাৱ...

IPL 2021: উত্তেজনাপূৰ্ণ খেলত অন্তিম বলত জয়লাভ কৰিলে ৰাজস্থান ৰয়েলছে ! ৰাহুল-মায়ংকৰ দৰ্শনীয় বেটিঙৰ পিছতো পৰাস্ত পঞ্জাৱ...

Kokil Sarma | News18-Assam
Updated:September 21, 2021, 11:54 PM IST
IPL 2021: উত্তেজনাপূৰ্ণ খেলত অন্তিম বলত জয়লাভ কৰিলে ৰাজস্থান ৰয়েলছে ! ৰাহুল-মায়ংকৰ দৰ্শনীয় বেটিঙৰ পিছতো পৰাস্ত পঞ্জাৱ...
IPL 2021: ৰাজস্থান ৰয়েলছৰ (Rajasthan Royals) বিৰুদ্ধে পঞ্জাৱৰ (PBKS) পৰাজয়। প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত ১৮৫ ৰান কৰে। প্ৰত্যুত্তৰত ১৮৬ ৰানৰ বিজয় লক্ষ্য আগত লৈ পঞ্জাৱে ২০ অভাৰত ১৮৩ ৰান কৰে। 

  • News18 Assam
  • Last Updated: September 21, 2021, 11:54 PM IST
  • Share this:
IPL 2021: ৰাজস্থান ৰয়েলছৰ (Rajasthan Royals) বিৰুদ্ধে পঞ্জাৱৰ (PBKS) পৰাজয়। প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত ১৮৫ ৰান কৰে। প্ৰত্যুত্তৰত ১৮৬ ৰানৰ বিজয় লক্ষ্য আগত লৈ পঞ্জাৱে ২০ অভাৰত ১৮৩ ৰান কৰে।

অন্তিম অভাৰত পঞ্জাৱক জয়ৰ বাবে প্ৰয়োজন আছিল মাত্ৰ ৪ ৰানৰ। কিন্তু ভাৰতীয় যুৱ বলাৰ কাৰ্তিকে মাত্ৰ ১ ৰান ব্যয় কৰে অভাৰটোত। অন্তিম অভাৰতে  মেচৰ সকলো হিচাপ নিকাচ ওলোটা হৈ পৰে। অনায়াসে জয়লাভ কৰিব লগা খেলখনত পঞ্জাৱৰ পৰাজয়ে নিৰাশ কৰিছে সমৰ্থকসকলকো।
Published by: Kokil Sarma
First published: September 21, 2021, 11:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি