বৃহত্‍ অ’ফাৰ! মাত্ৰ ২০০ টকা বিনিয়োগ কৰক আৰু লাভ কৰক ১৪ লাখ পৰ্যন্ত টকা! আজিয়েই লওক সুবিধা

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:38 PM IST
বৃহত্‍ অ’ফাৰ! মাত্ৰ ২০০ টকা বিনিয়োগ কৰক আৰু লাভ কৰক ১৪ লাখ পৰ্যন্ত টকা! আজিয়েই লওক সুবিধা
আপোনাৰ বাবে এটা বিশেষ অ’ফাৰ। লওক বৃহত্‍ সুবিধা।

আপোনাৰ বাবে এটা বিশেষ অ’ফাৰ। লওক বৃহত্‍ সুবিধা।

  • Share this:
আপোনাৰ বাবে এটা বিশেষ অ’ফাৰ। লওক বৃহত্‍ সুবিধা। যদি আপুনি ভাবিছে প্ৰতিদিনে ৫০ টকা, ১০০ টকা জমা কৰিলে বৃহত্‍ ধনৰাশিলৈ ৰূপান্তৰ কৰিব নোৱাৰি? এতিয়া সলনি কৰক আপোনাৰ এই ধাৰণা। কাৰণ এতিয়া প্ৰতিদিনে মাত্ৰ ২০০ টকা বিনিয়োগ কৰিয়েই লাভ কৰক ১৪ লাখ পৰ্যন্ত টকা।

পিছে আপোনাৰ ধনৰাশি জমা কৰিব লাগিব পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ একাউণ্টত। একাউণ্টত প্ৰতিদিনে ২০০ টকাকৈ জমা কৰিলে ২০ বছৰৰ পিছত লাভ কৰিব প্ৰায় ১৪ লাখ পৰ্যন্ত টকা। পিপিএফ স্কীমৰ অধীনত আপুনি বিনিয়োগ কৰা ধন সদায় সুৰক্ষিত। আনকি লাভ কৰা সুতৰ হাৰতো কোনো ধৰণৰ টেক্স দিব নালাগে।

পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত ধন জমা কৰিলে আপুনি লাভ কৰিব নমিনীৰো সুবিধা। ইয়াৰ বাবে আপুনি একাউণ্ট পোষ্ট অফিচ আৰু বেংকত খুলিব পাৰিব। ১৫ বছৰলৈ জমা কৰিব লাগিব ধন। আৰু এই সময় সীমা ৫ বছৰলৈ বৃদ্ধি কৰিবও পাৰিব। পিছে বছৰত কমেও ১.৫০ লাখ টকা ধন জমা কৰিব লাগিব।
Published by: Himangshu Bhuyan
First published: March 7, 2021, 10:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি