Into The Wild: বীয়েৰ গ্ৰীলছৰ সৈতে অক্ষয় কুমাৰ, বহু অভিনেতা-অভিনেত্ৰীয়ে জনালে শুভেচ্ছা

News18 Assam | News18-Assam
Updated:September 7, 2020, 1:19 PM IST
Into The Wild: বীয়েৰ গ্ৰীলছৰ সৈতে অক্ষয় কুমাৰ, বহু অভিনেতা-অভিনেত্ৰীয়ে জনালে শুভেচ্ছা
Into The Wildৰ বহু প্ৰত্যাশিত খণ্ড! থাকিব বীয়েৰ গ্ৰীলছ আৰু অক্ষয় কুমাৰ। অহা ১১ ছেপ্তেম্বৰত প্ৰিমিয়াৰ হ’ব আকৰ্ষণীয় শ্ব’টো।

Into The Wildৰ বহু প্ৰত্যাশিত খণ্ড! থাকিব বীয়েৰ গ্ৰীলছ আৰু অক্ষয় কুমাৰ। অহা ১১ ছেপ্তেম্বৰত প্ৰিমিয়াৰ হ’ব আকৰ্ষণীয় শ্ব’টো।

  • Share this:
Into The Wildৰ বহু প্ৰত্যাশিত খণ্ড! থাকিব বীয়েৰ গ্ৰীলছ আৰু অক্ষয় কুমাৰ। অহা ১১ ছেপ্তেম্বৰত প্ৰিমিয়াৰ হ’ব আকৰ্ষণীয় শ্ব’টো। এতিয়া ১১ ছেপ্তেম্বৰৰ দিনটোলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে অক্ষয় কুমাৰৰ অনুৰাগীসকলে। Discovery চেনেলৰ জৰিয়তে সম্প্ৰচাৰিত হ’ব শ্ব’টো।

অনুষ্ঠানটোত অক্ষয় কুমাৰে নিজৰ জীৱনত সন্মুখীন হোৱা বহু ঘাত-প্ৰতিঘাতৰ বিষয়ে বীয়েৰ গ্ৰীলছৰ সৈতে কথা পাতিব। অনুষ্ঠানত বীয়েৰেও অক্ষয় কুমাৰক বহু কেইটা চেলেঞ্জ দিব। কিদৰে দেউতাকে অক্ষয়ৰ জীৱনত প্ৰভাৱিত কৰিছিল সেই কথাও শ্বেয়াৰ কৰিব। থাকিব দুয়োৰে বহু দুঃসাহসিক অভিযান!



ইতিমধ্যে ‘Into The Wild’ৰ বাবে অক্ষয় কুমাৰক শুভেচ্ছা জনাইছে পত্নী টুইংকল খান্না, অভিনেতা সুনীল শেট্টী, অভিনেত্ৰী কেটৰীণা কেঈফে। ইতিমধ্যে অনুষ্ঠানটোৰ এটা আকৰ্ষণীয় ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে অভিনেতা অক্ষয় কুমাৰে।
Published by: Himangshu Bhuyan
First published: September 7, 2020, 1:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading