ৰে’লৱেৰ নতুন প্লেন No Ticket, No Entry

টিকট নোহোৱাকৈ ৰে’লৱে ষ্টেচনত কৰিব নোৱাৰিব প্ৰৱেশ। ৰে’লৱে ষ্টেচনত ভিৰ হ্ৰাস কৰিবলৈ আৰু যাত্ৰীৰ সুৰক্ষাৰ্থে শীঘ্ৰে বিমানবন্দৰৰ দৰে প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰা হ’ব।

Dulu Medhi | news18assam
Updated:June 8, 2019, 5:22 PM IST
ৰে’লৱেৰ নতুন প্লেন No Ticket, No Entry
টিকট নোহোৱাকৈ ৰে’লৱে ষ্টেচনত কৰিব নোৱাৰিব প্ৰৱেশ। ৰে’লৱে ষ্টেচনত ভিৰ হ্ৰাস কৰিবলৈ আৰু যাত্ৰীৰ সুৰক্ষাৰ্থে শীঘ্ৰে বিমানবন্দৰৰ দৰে প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰা হ’ব।
Dulu Medhi | news18assam
Updated: June 8, 2019, 5:22 PM IST

  • টিকট নোহোৱাকৈ ৰে’লৱে ষ্টেচনত কৰিব নোৱাৰিব প্ৰৱেশ। ৰে’লৱে ষ্টেচনত ভিৰ হ্ৰাস কৰিবলৈ আৰু যাত্ৰীৰ সুৰক্ষাৰ্থে শীঘ্ৰে বিমানবন্দৰৰ দৰে প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰোপৰি ৰে’লৱে ষ্টেচনসমূহত WIFI সেৱা আৰু A1 কেটেগৰীৰ ৰে’লৱে ষ্টেচন আধুনিকীকৰণ কৰা ৰে’লৱেৰ ১০০ দিনৰ এজেণ্ডাত অন্তৰ্ভুক্ত কৰা হৈছে। আধুনিক হ’বলগীয়া ষ্টেচনৰ ভিতৰত চুৰট, ৰায়পুৰ, দিল্লী কেণ্ট আৰু ৰাঁচী ষ্টেচন অন্তৰ্ভুক্ত কৰা হৈছে। ৰে’লৱে বিভাগে ৰাইজৰ সুবিধাৰ্থে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আছে। যাত্ৰীৰ সুৰক্ষাক তালিকাত প্ৰথম স্থান দিছে বিভাগটোৱে।



ৰে’লৱেৰ নতুন প্লেন No Ticket, No Entry

>> এয়াৰপৰ্টৰ দৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৰে’লৱে ষ্টেচনটো।
>> ৰে’লৱে প্ৰস্তুত কৰি উলিয়াইছে নতুন প্লেন।
>> A আৰু A1 কেটেগৰীৰ ষ্টেচনত অ’টোমেটেড গেটৰ ব্যৱস্থা কৰা হ’ব।

>> টিকট নোহোৱাকৈ ৰে’লৱে ষ্টেচনত কৰিব নোৱাৰিব প্ৰৱেশ।



>> এই আঁচনি পোনপ্ৰথমে বলবৎ কৰা হ’ব হবীবগঞ্জ আৰু গান্ধীনগৰ ৰে’লৱে ষ্টেচনত।
>> ইয়াৰ পিছত দিল্লী আৰু মুম্বাইতো বলবৎ কৰা হ’ব এই ব্যৱস্থা।
>> এয়াৰপৰ্টৰ দৰে সুৰক্ষাৰ বাবে RPF কমাণ্ডকো CISFৰ কমাণ্ডৰ দৰে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
>> ৰে’লৱে ইয়াৰ বাবে প্ৰায় ১১৫ কোটি টকা মুকলি কৰি দিছে।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি