ৰেল যাত্ৰী সকলৰ বাবে সুখবৰ,গৰমৰ বন্ধত ৰেলবিভাগে যাত্ৰীক দিছে বিশেষ সুবিধা

উত্তৰ–পূৱ সীমান্ত ৰেলৱে বহুল ভাবে ব্যৱহৃত ৰেলত আসন সংযোজনৰ ব্যৱস্থা কৰিছে।

news18assam
Updated:May 31, 2019, 3:02 PM IST
ৰেল যাত্ৰী সকলৰ বাবে সুখবৰ,গৰমৰ বন্ধত ৰেলবিভাগে যাত্ৰীক দিছে বিশেষ সুবিধা
উত্তৰ–পূৱ সীমান্ত ৰেলৱে বহুল ভাবে ব্যৱহৃত ৰেলত আসন সংযোজনৰ ব্যৱস্থা কৰিছে।
news18assam
Updated: May 31, 2019, 3:02 PM IST
যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ–পূৱ সীমান্ত ৰেলৱে  বহুল ভাবে ব্যৱহৃত ৰেলত মুঠ ১৩০০ আসন অতিৰিক্ত ভাবে সংযোজন কৰিব বিচাৰিছে। চলিত মাহত বিভাগটোৱে বহুকেইখন ৰেলত আসনৰ সংখ্যা বৃদ্ধি কৰিছে। তাৰে ভিতৰত গুৱাহাটী–শিলচৰ গুৱাহাটী পেচেঞ্জাৰ ট্ৰেইনত মুঠ ৬৪ খন আসন বৃদ্ধি কৰিছে। সেইদৰে নিউ বঙাইগাও–গুৱাহাটীৰ মাজত চলা  পেছেঞ্জাৰ ট্ৰেইনত মুঠ ২৭০ খন আসন বৃদ্ধি কৰা হৈছে। তাৰ সমান্তৰালভাবে ৰঙীয়া আৰু ৰঙাপাৰাৰ মাজত চলা পেচেঞ্জাৰ ট্ৰেইনত মুঠ ৩৬০ খনকৈ আসন বৃদ্ধি কৰিছে ৰালৱে বিভাগে। ইয়াৰ উপৰিও আৰু বহু কেইখন পেচেঞ্জাপ ৰেলত আসনৰ সংখ্যা বৃদ্ধি কৰা হৈছে। ফলত এতিয়া ৰেল যাত্ৰী সকলে কম খৰচতে নিৰ্ধাৰিত দুৰত্বৰ যাত্ৰা কৰিব পাৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি