মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »India Post Office Recruitment 2023: সুন্দৰ সুযোগ! পোষ্ট অফিচৰ অধীনত প্ৰায় ৫০ হাজাৰ খালী পদ, আজিয়েই আবেদন কৰক

India Post Office Recruitment 2023: সুন্দৰ সুযোগ! পোষ্ট অফিচৰ অধীনত প্ৰায় ৫০ হাজাৰ খালী পদ, আজিয়েই আবেদন কৰক

এই বিষয়ে বিষদভাৱে জানিবলৈ প্ৰাৰ্থীসকলে ইণ্ডিয়া পোষ্ট অফিচৰ অফিচিয়েল ৱেবছাইটলৈ গৈ চাব পাৰে।

এই বিষয়ে বিষদভাৱে জানিবলৈ প্ৰাৰ্থীসকলে ইণ্ডিয়া পোষ্ট অফিচৰ অফিচিয়েল ৱেবছাইটলৈ গৈ চাব পাৰে।

  • Share this:
সম্প্ৰতি ইণ্ডিয়া পোষ্ট অফিচৰ তৰফৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱক পদত নিয়োগৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে। এই বিষয়ে বিষদভাৱে জানিবলৈ প্ৰাৰ্থীসকলে ইণ্ডিয়া পোষ্ট অফিচৰ অফিচিয়েল ৱেবছাইটলৈ গৈ চাব পাৰে।

ইণ্ডিয়া পোষ্ট অফিচ ৰিক্ৰুইটমেণ্ট ২০২৩ : আবেদনৰ তাৰিখ

প্ৰকাশিত বিজ্ঞাপন অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰাৰ্থীসকলে আগন্তুক ১৬ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখৰ ভিতৰত আবেদন পত্ৰ জমা দিব পাৰিব। প্ৰাৰ্থীসকলে অফলাইন আবেদন পত্ৰ জমা দিব লাগিব। প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইটত পাব আবেদন পত্ৰ। এই সংক্ৰান্তীয় কোনো সালসলনি থাকিলে জাননীযোগে প্ৰাৰ্থীসকলক জনোৱা হ’ব।

ইণ্ডিয়া পোষ্ট অফিচ ৰিক্ৰুইটমেণ্ট ২০২৩ : আবেদন পদ্ধতি
প্ৰাৰ্থীসকলে প্ৰথমে অফিচিয়েল ৱেবছাইট www.indiapostgdsonline.gov.in লৈ গৈ নিজৰ নাম ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ইয়াৰ পিছত আবেদন ফীজ প্ৰদান কৰি আবেদন পত্ৰৰ সৈতে নথি আফলোড কৰিব লাগিব। ইয়াৰ পিছত নিৰ্দিষ্ট পদ নিৰ্বাচন কৰি আবেদন পত্ৰ পূৰণ কৰিব লাগিব।

প্ৰাৰ্থীসলকলে আবেদনৰ যোগ্য, বয়সৰ সীমা, বেতন, আবেদন পদ্ধতি, কামৰ স্থান, খালী পদৰ সংখ্যা, আবেদন জমা দিয়াৰ তাৰিখসহ অন্যান্য বিষয়ে আৰু বিস্তাৰিতভাৱে জানিবলৈ ইয়াত উপলব্ধ লিংকত ক্লিক কৰিব পাৰে।

India-Post-Office-63e2107680825

ইণ্ডিয়া পোষ্ট অফিচ ৰিক্ৰুইটমেণ্ট ২০২৩ : খালী পদৰ সংখ্যা আৰু বিস্তাৰিত বিৱৰণ
বিজ্ঞপ্তি অনুসৰি, মুঠ ৪০,৮৮৯টা খালী পদ আছে।

সম্পূৰ্ণ তথ্য
প্ৰতিষ্ঠান ইণ্ডিয়া পোষ্ট অফিচ
পদৰ নাম ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱক
খালী পদৰ সংখ্যা ৪০৮৮৯
কামৰ স্থান ভাৰত
নিৰ্বাচন পদ্ধতি সবিশেষ চাওক
আবেদন প্ৰক্ৰিয়া আৰম্ভ চলি আছে
শিক্ষাগত অৰ্হতা সবিশেষ চাওক
বেতন সবিশেষ চাওক
আবেদনৰ শেষ তাৰিখ  ১৬.০২.২০২৩

ইণ্ডিয়া পোষ্ট অফিচ ৰিক্ৰুইটমেণ্ট ২০২৩ : বয়সৰ সীমা
বিজ্ঞপ্তি অনুসৰি, আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ অনুসৰি বয়সৰ হ’ব লাগিব ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত।

শেহতীয়া বাতৰি