মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »ছচিয়েল মিডিয়াত ভাইৰেল এজন পাইলট, কবিতাৰ ষ্টাইলত বিমানত ঘোষণা কৰি মন জয় কৰিলে সকলোৰে

ছচিয়েল মিডিয়াত ভাইৰেল এজন পাইলট, কবিতাৰ ষ্টাইলত বিমানত ঘোষণা কৰি মন জয় কৰিলে সকলোৰে

ভিডিঅ’টো এখন স্পাইচজেট বিমানৰ ভিতৰৰ। বিমানত পাইলটজনে যাত্ৰীসকলৰ উদ্দেশ্যে প্ৰয়োজনীয় তথ্যসমূহ ঘোষণা কৰা দেখা গৈছে।

  • Share this:
ছচিয়েল মিডিয়াত বিভিন্ন সময়ত বিভিন্ন ভিডিঅ’ ভাইৰেল হৈ থাকে। প্ৰতিদিনেই বহু ভিডিঅ’ ভাইৰেল হয় ছচিয়েল মিডিয়াত। শেহতীয়াকৈ এজন পাইলটৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। সময়ে সময়ে বিমানৰ ভিতৰৰ বিভিন্ন ভিডিঅ’ ভাইৰেল হয়। কিন্তু এই পাইলটজনৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ এক সুকীয়া কাৰণ আছে।

ভিডিঅ’টো এখন স্পাইচজেট বিমানৰ ভিতৰৰ। বিমানত পাইলটজনে যাত্ৰীসকলৰ উদ্দেশ্যে প্ৰয়োজনীয় তথ্যসমূহ ঘোষণা কৰা দেখা গৈছে। প্ৰতিখন বিমানতে যাত্ৰীসকলৰ বাবে এনে তথ্যবোৰ জনাই দিয়া হয়। কিন্তু এই পাইলটজনৰ ঘোষণা কৰাৰ ষ্টাইলৰ বাবেই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।

পাইলটজনে কবিতা আবৃতিৰ ভংগীত যাত্ৰীৰ বাবে কৰিছে এই ঘোষণা। পাইলটজনে ঘোষণা কৰি থকাৰ সময়ত বিভিন্নজনে তেওঁৰ ভিডিঅ’ লোৱা দেখা গৈছে। তেওঁৰ ঘোষণা শুনি আমোদ লাভ কৰা দেখা গৈছে। এই ভিডিঅ’ই ছচিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। দ্ৰুতগতিত ভাইৰেল হৈছে এই ভিডিঅ’।

শেহতীয়া বাতৰি