
ফাইল ফটো
ব্যক্তিগত খণ্ডৰ বেংকটোৱে ৫০লাখ টকাৰ তলৰ সকলো ডিপ’জিটৰ সুতৰ হাৰ ৩শতাংশলৈ হ্ৰাস কৰিছে। বৰ্তমানৰ ৩.২৫শতাংশ bpsৰ ২৫ bps হ্ৰাস।
সৰ্বসাধাৰণৰ কাৰণে ইটোৰ পিছত সিটো বেয়া খবৰ। এছবিআইৰ পিছত এইবাৰ ব্যক্তিগত খণ্ডৰ বৃহৎ বেংক ICICI–এ সকলো ছেভিং ডিপ’জিটৰ সুতৰ হাৰ ২৫ বেছিছ পইণ্ট (bps) হ্ৰাস কৰিছে। জুনৰ চাৰি তাৰিখৰ পৰা এই নতুন হাৰ বলৱৎ হৈছে।
ব্যক্তিগত খণ্ডৰ বেংকটোৱে ৫০লাখ টকাৰ তলৰ সকলো ডিপ’জিটৰ সুতৰ হাৰ ৩শতাংশলৈ হ্ৰাস কৰিছে। ৫০লাখ টকাৰ ওপৰৰ জমাকৰ্তাসকলে পূৰ্বৰ ৩.৭৫শতাংশৰ সলনি ৩.৫০শতাংশ সুত লাভ কৰিব।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|