Aadhaar Card ত ম’বাইল নম্বৰ আৰু ই–মেইলৰ ভেৰিফিকেশ্যন কেনেকৈ কৰিব? আছে সহজ উপায়

News18 Assam | News18-Assam
Updated:January 8, 2020, 12:10 PM IST
Aadhaar Card ত ম’বাইল নম্বৰ আৰু ই–মেইলৰ ভেৰিফিকেশ্যন কেনেকৈ কৰিব? আছে সহজ উপায়
source-Google

UIDAI–ই আধাৰ কাৰ্ডত ম’বাইল নম্বৰ আৰু ই–মেইল ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া সহজ কৰি দিছে

  • Share this:
আধাৰৰ সৈতে নিজৰ ম’বাইল নম্বৰ আৰু ই–মেইলৰ ভেৰিফিকেশ্যন কেনেকৈ কৰিব? যদি এতিয়া লৈকে কৰা নাই, তেন্তে অতি সোনকালে কৰি লওক। UIDAI–য়ে আধাৰ কাৰ্ডত ম’বাইল নম্বৰ আৰু ই–মেইল ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া সহজ কৰি দিছে। ইয়াৰ বাবে আপুনি m-aadhaar এপ ডাউনলোড কৰিব লাগিব। এই এপত থকা ‘Verify ই–মেইল আৰু ম’বাইল option’ত ক্লীক কৰি প্ৰক্ৰিয়াটো সমাপ্ত কৰিব পাৰিব।



যিটো ম’বাইল নম্বৰ আধাৰ নম্বৰৰ সৈতে সংযুক্ত হৈ আছে, সেই নম্বৰটোৰে আৰম্ভ কৰিব লাগিব প্ৰক্ৰিয়াটো।
আৰু চাওক
পৰৱৰ্তী বাতৰি