একো খৰচ কৰাৰ প্ৰয়োজন নাই! ঘৰৰ পৰাই উপাৰ্জন কৰক বৃহৎ পৰিমাণৰ ধন! এয়া আটাইতকৈ সহজ উপায়

সকলোৱে ধন উপাৰ্জন কৰিব বিচাৰে। কম সময়ৰ লগতে কম কষ্টৰে অধিক ধন উপাৰ্জন কৰিব পাৰি।
সকলোৱে ধন উপাৰ্জন কৰিব বিচাৰে। কম সময়ৰ লগতে কম কষ্টৰে অধিক ধন উপাৰ্জন কৰিব পাৰি।
- News18 Assam
- Last Updated: February 19, 2021, 3:24 PM IST
ঘৰত বহি টকা ঘটাৰ এটা সহজ উপায় হৈছে PTC অৰ্থাৎ paid to click ছাইটবোৰ। ইয়াৰ বাবে আপুনি PTC ছাইটত ৰেজিষ্টাৰ কৰিব লাগিব। এতিয়া আপুনি ClixSense.com, BuxP, Neobux আদিৰ দৰে ৱেবছাইটত গৈ তাত থকা বিজ্ঞাপনসমূহত ক্লিক কৰক। বিজ্ঞাপনসমূহ চোৱাৰ বাবে আপোনাক টকা দিয়া হ’ব।
ছচিয়েল শ্বেয়াৰ প্ৰমোচনো এক লাভজনক উপায়। বৰ্তমান ইণ্টাৰনেট জগতত উপলব্ধ বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্মত কোম্পানীসমূহৰ প্ৰডাক্ট আৰু সেৱাৰ বিষয়ে লিখিও টকা উপাৰ্জন কৰিব পাৰে। কোম্পানীসমূহৰ তেওঁলোকৰ ব্যৱসায় সম্পৰ্কীয় পোষ্ট আৰু ফটো ফেচবুক, ইনষ্টাগ্ৰাম নাইবা টুইটাৰৰ দৰে ছচিয়েল মিডিয়াত চৰ্চা হোৱাটো বিচাৰে আৰু ই আপোনাক অনলাইনযোগে টকা উপাৰ্জনৰ এক পথ দিব পাৰে।
আপুনি জানি আচৰিত হ’ব যে স্ক্ৰীনলিফট, ফ্ৰণ্টো, স্লাইড জয়, চুইটকইন আদিৰ দৰে এণ্ড্ৰইড এপ ইনষ্টল কৰিও আপুনি টকা উপাৰ্জন কৰিব পাৰে। ইবোটাৰ দৰে এপ ব্যৱহাৰ কৰি আপুনি ২০ ডলাৰলৈকে কেশ্ববেক লাভ কৰিব পাৰে।
কিছুমান ৱেবছাইটে ছেকেণ্ড লাইফ, স্বেগবক্স, ল’ক’টেষ্টিক আৰু মিষ্টপ্লেৰ দৰে গেম খেলিলেআনহাতে আন কিছু পে’পলৰ জৰিয়তে গিফট কাৰ্ড দিয়ে।
আপোনাৰ ওচৰত থকা পুৰণি গিফট নাইবা গিফট কাৰ্ড কাৰ্ডকেশ্যৰ মাধ্যমেৰে বিক্ৰী কৰিও উপাৰ্জন কৰিব পাৰে। ই আপোনাক নিশ্চিত কেশ্ববেক প্ৰদান কৰে।