• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Horoscope Today : ৫ জুলাইৰ ৰাশিফল, এই ৰাশিৰ লোকসকল সাৱধান হওক, কোন ৰাশিৰ লোকৰ বাবে ভাল খবৰ!

Horoscope Today : ৫ জুলাইৰ ৰাশিফল, এই ৰাশিৰ লোকসকল সাৱধান হওক, কোন ৰাশিৰ লোকৰ বাবে ভাল খবৰ!

দিনটোৰ আৰম্ভণিতে চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো।

দিনটোৰ আৰম্ভণিতে চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো।

দিনটোৰ আৰম্ভণিতে চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো।

  • Share this:


মেষ : আজি সমগ্ৰ দিনটো আপোনাৰ শক্তি তুংগত থাকিব আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হ’ব। কৰ্মক্ষেত্ৰত উন্নতি।

বৃষ : আজি আপোনাৰ গোপন শত্ৰুৱে আপোনাক পৰাজিত কৰাৰ পৰিকল্পনা কৰিব, কিন্তু ভয় কৰাৰ কাৰণ নাই, আপুনি তেওঁলোকক যথোচিত প্ৰত্যুত্তৰ দিব পাৰিব। ভাল কোনো কামৰ অফাৰ পাব পাৰে।

মিথুন : আপুনি বিগত কিছুদিন ধৰি মনত কিবা এটা চিন্তা কৰি আছে, আজি বুজিব পাৰিব আপোনাৰ ভাৱনাৰ উৎস কি! কাষৰ মানুহৰ পৰা অপ্ৰত্যাশিত উপহাৰ পাব।

কৰ্কট : আজি আপোনাৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ দিন। আজি আপুনি বহু ৰোমাণ্টিক ড্ৰামা সহ্য কৰিব লাগিব পাৰে। যিসকলে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ ফলদায়ক।

সিংহ : আপুনি শাৰীৰিকভাৱে সুস্থ থাকিলও আজি কামত উৎসাহ নাপাব। যিসকল ছিংগল আছে তেওঁলোকে মনৰ মানুহ বিচাৰি পাব পাৰে। কৰ্মক্ষেত্ৰত কোনো সাফল্য জাহিৰ কৰিব বিচাৰিব পাৰে, দুখ নকৰিব।

কন্যা : আজি আপুনি মানসিকভাৱে খুব ক্লান্ত থাকিব। সংগীৰ সৈতে সময় কটোৱাৰ বাবে ভাল দিন। কৰ্ম সংক্ৰান্তীয় কোনো ভাল খবৰ পাব পাৰে।

তুলা : আজি দিনটোৰ আৰম্ভণিতে কিছু বিভ্ৰান্তিমূলক কাম কৰিব। আজি কৰ্মক্ষেত্ৰত আপুনি খুব বেছি আত্মবিশ্বাস বিচাৰি নাপাব। কিন্তু সেয়া প্ৰকাশ নকৰাৰ চেষ্টা কৰক।

বৃশ্চিক : আজি সামাজিক মিলাপ্ৰীতিৰ দিন। বহুতে আপোনাৰ যুক্তিক পৰাস্ত কৰাৰ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত মেজাজ নেহেৰুৱাই পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰক।

ধনু : আজি বাহিৰলৈ ওলাই পৰিচিত মানুহৰ সৈতে কিছু দুঃসাহসিক কাম কৰিব পাৰে। আগন্তুক দিনত আৰ্থিক ঘাটি দেখা দিব পাৰে।

মকৰ : আজি দিনৰ আৰম্ভণি বিভ্ৰান্তিৰে আৰম্ভ হ’ব পাৰে। আজি আপুনি ৰোমাণ্টিক মেজাজত থাকিব, সেয়ে কৰ্মক্ষেত্ৰতো তেনেকুৱা মানসিক চাপ নাথাকিব।

কুম্ভ : যিসকলে নিগেটিভ চিন্তা–ভাৱনা কৰেন তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখক। আজি আপুনি যথা সময়ত নিজৰ কাম শেষ কৰিব পাৰিব।

মীন : আজি আপোনাৰ মনলৈ অসাধাৰণ পৰিকল্পনা আহিব পাৰে। সংগীক ছাৰপ্ৰাইজ দিব পাৰে। কৰ্মক্ষেত্ৰত গুৰুতৰ সমস্যা আহিলেও সঠিক পথত চলাৰ চেষ্টা কৰক।

Published by:Sanjay Kumar Das
First published: