মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Horoscope Today : এই ৰাশিৰ লোকসকলৰ আজি পদে পদে বিপদ! চাওক ৪ ফেব্ৰুৱাৰীৰ ৰাশিফল

Horoscope Today : এই ৰাশিৰ লোকসকলৰ আজি পদে পদে বিপদ! চাওক ৪ ফেব্ৰুৱাৰীৰ ৰাশিফল

দিনটোৰ আৰম্ভণিতে চাওক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

দিনটোৰ আৰম্ভণিতে চাওক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

দিনটোৰ আৰম্ভণিতে চাওক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • Share this:
মেষ : গেজেটক লৈ সমস্যাত পৰিব পাৰে, কামত বিঘিনিৰ সম্ভাৱনা আছে।

বৃষ : নতুন কাৰোবাক সম্পূৰ্ণ বিশ্বাস কৰাৰ পূৰ্বে সতৰ্ক হওক, কৰ্মক্ষেত্ৰতে হওক বা আন ক্ষেত্ৰতে হওক।

মিথুন : অপ্ৰত্যাশিত অতিথিৰ আগমনত কামত বিঘিনি দেখা দিব পাৰে, তেওঁলোকক ভদ্ৰভাৱে প্ৰত্যাখান কৰক।

কৰ্কট : বৈদ্যুতিন যোগাযোগ মাধ্যমে সমস্যাৰ সৃষ্টি কৰিব, কথোপকথনত সমস্যা হ’ব।

সিংহ : দিনটো সমস্যাবহুল হ’ব। গুৰুত্বপূৰ্ণ কামত হাত নিদিয়াই উচিত হ’ব।

আৰু পঢ়ক : মৃত্যুৰ পূৰ্বে কলিজাই আইতাই কৰি গ’ল এটা ডাঙৰ কাম, কণ্ঠশিল্পী জুবলীয়ে ক’লে আইতাৰ মহান কামৰ কথা

কন্যা : পাৰিবাৰিক দায়িত্ববোধে মূৰ তুলিব নিদিব, শীতল মগজুৰে পৰিস্থিতি চম্ভালিব লাগিব।

তুলা : এতিয়া যিটো ধুৱলি–কুঁৱলি দেখিছে, যথা সময়ত সেয়া স্পষ্ট হ’ব, ব্যতিব্যস্ত নহ’ব।

বৃশ্চিক : সমস্যাত পৰিব পাৰে আজি, সেয়ে ক’লৈ গৈছে সকলোকে জনাই ৰাখক।

ধনু : কৰ্মক্ষেত্ৰত উন্নতিৰ আনন্দ সহকৰ্মী নহয়, পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক।

আৰু পঢ়ক : U আখৰেৰে আৰম্ভ হয় নেকি আপোনাৰ নাম? কি আছে আপোনাৰ ভাগ্যত? জানি লওক এতিয়াই

মকৰ : ভ্ৰমণৰ পৰিকল্পনা বৰ্তমান বাতিল কৰক, পদে পদে বিঘিনিয়ে অপেক্ষা কৰিছে।

কুম্ভ : অৱচেতন মন আৰু স্বপ্নই বিশেষ কোনো ব্যক্তি সম্পৰ্কে বাৰ্তা দিছে, অকণমান গভীৰভাৱে ভাৱক।

মীন : সংগী–সংগীনীৰ মেজাজ তিক্ত হৈ থাকিব, কথোপকথন বা যোগাযোগত সতৰ্ক হওক।

শেহতীয়া বাতৰি