• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Horoscope Today: ৩ আগষ্টৰ ৰাশিফল, কেনে যাব আজি আপোনাৰ দিনটো?

Horoscope Today: ৩ আগষ্টৰ ৰাশিফল, কেনে যাব আজি আপোনাৰ দিনটো?

দিনটোৰ আৰম্ভণিতে চাওক আজিৰ ৰাশিফল।

দিনটোৰ আৰম্ভণিতে চাওক আজিৰ ৰাশিফল।

দিনটোৰ আৰম্ভণিতে চাওক আজিৰ ৰাশিফল।

  • Share this:


মেষ : দিনটোৰ দ্বিতীয়াৰ্ধত কামৰ চাপ পৰিব। সম্পৰ্কত দ্বিতীয় সুযোগ দিয়াৰ বাবে আজিৰ দিনটো আদৰ্শ।

বৃষ : সম্পৰ্কত ভুল বুজাবুজি আৰু সমস্যাৰ সম্ভাৱনা। সম্পৰ্কত পৰিৱৰ্তনৰ কথা ভাবিলে আজিৰ দিনটো গুৰুত্বপূৰ্ণ।

মিথুন : মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। কৰ্মক্ষেত্ৰত আজি মনোযোগ বৰ্তি থাকিব। স্বাস্থ্য যতন লোৱা প্ৰয়োজন।

কৰ্কট : প্ৰশংসা লাভ কৰিব। নিজৰ আৰু জীৱনসংগীৰ জয়ৰ দিন আজি। দিনৰ আৰম্ভণিতে অধিকাংশ কাম কৰি পেলোৱা ভাল।

সিংহ : মানসিক চাপ বাঢ়িব পাৰে। ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰতো কিছু চাপ অনুভৱ হ’ব।

কন্যা : কৰ্মক্ষেত্ৰত অত্যধিক কামৰ চাপে মানসিক স্বাস্থ্য বিঘ্নিত কৰিব পাৰে। অতীতৰ কোনো গ্লানিয়ে অশান্তি কৰিব পাৰে।

তুলা : সামাজিকভাৱে বেছি মিলাপ্ৰীতি কৰিব লাগিব। আৰ্থিক আৰু কেৰিয়াৰ দুয়োটা ক্ষেত্ৰতে সম্ভাৱনা বৃদ্ধি পাব।

বৃশ্চিক : কৰ্মক্ষেত্ৰত গোপন ষড়যন্ত্ৰৰ সম্ভাৱনা। কামৰ চাপ বাঢ়িব পাৰে। পৰিয়ালত অৰ্থৰ প্ৰয়োজন হ’ব।

ধনু : আৰ্থিক ক্ষতিৰ বাবে মানসিক যন্ত্ৰণাৰ সৃষ্টি হ’ব পাৰে। শাৰীৰিক সমস্যা। সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালকৈ ভাবক।

মকৰ : বিশ্ৰামৰ বাবে আদৰ্শ দিন। চিন্তাশীল কোনো কামৰ বাবে আজিৰ দিনটো খুব ভাল।

কুম্ভ : কোনো বিষয়ত আজি আবেগপ্ৰৱণ হৈয়ো যোগ্য সন্মান পাব। উপহাৰ পোৱাৰ সম্ভাৱনা আছে।

মীন : আজি বাস্তৱ আৰু আবেগৰ মাজত দ্বন্দ্ব সৃষ্টি হ’ব পাৰে। কৰ্মদক্ষতা আৰু বাঢ়িব।

Published by:Sanjay Kumar Das
First published: