মেষ : পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব, মনৰ মানুহৰ সৈতে দিনটো ভালদৰে পাৰ হ’ব।
বৃষ : বিবাদত সাঙোৰ খোৱাৰ সম্ভাৱনা আছে, মগজু শীতল কৰি ৰাখক।
মিথুন : দিনটোৰ আৰম্ভণি ক্লান্তিদায়ক হ’লেও লাহে লাহে পৰিস্থিতি সহজ হৈ আহিব।
কৰ্কট : কাষৰ মানুহৰ সৈতে আজি দিনটো ভালদৰে পাৰ হ’ব, সম্পৰ্ক মজবুত হ’ব।
সিংহ : সাফল্যৰ সুসংবাদ এতিয়াই নাপাব, তাৰ বাবে অপেক্ষা কৰিব লাগিব।
কন্যা : অলপ বেছি কষ্ট কৰিব লাগিব, কিন্তু সমস্যাৰ সমাধানো পাব।
তুলা : কৰ্মক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ পূৰ্বে ভৱিষ্যতৰ কথা ভালদৰে চিন্তা কৰক।
বৃশ্চিক : আৰ্থিক সমস্যা কিছু হ’লেও দূৰ হ’ব। প্ৰণয়ৰ সম্পৰ্কত আকৰ্ষণ বাঢ়িব।
ধনু : দিনটো কামৰ চাপ থাকিলেও সন্ধিয়া মনৰ মানুহৰ সৈতে ভালদৰে পাৰ হ’ব।
মকৰ : কৰ্মক্ষেত্ৰত সকলোৰে প্ৰশংসা লাভ কৰিব, সকলো মসৃন গতিত চলি যাব।
কুম্ভ : ভৱিষ্যতৰ লক্ষ্যত চূড়ান্ত সিদ্ধান্ত ল’বলগা হ’ব পাৰে, যুক্তি এৰি নিদিব।
মীন : আবেগ নিয়ন্ত্ৰণত ৰাখিব লাগিব, হিচাপ কৰি জানি–বুজি চলিব লাগিব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 28, 2023, 13:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|