মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Horoscope Today: আজিৰ দিনটোৰ ৰাশিফল! ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে এইকেইটা ৰাশিৰ জাতক-জাতিকাই বিশেষ ভাবে চাওক ৰাশিফল...

Horoscope Today: আজিৰ দিনটোৰ ৰাশিফল! ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে এইকেইটা ৰাশিৰ জাতক-জাতিকাই বিশেষ ভাবে চাওক ৰাশিফল...

ভাৰতীয় মতে চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰাশিফল গণনা কৰা হয়। কিন্তু ইংৰাজী অনুসৰি, এই ক্ষেত্ৰত সূৰ্যক অগ্ৰাধিকাৰ দিয়া হয়।

ভাৰতীয় মতে চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰাশিফল গণনা কৰা হয়। কিন্তু ইংৰাজী অনুসৰি, এই ক্ষেত্ৰত সূৰ্যক অগ্ৰাধিকাৰ দিয়া হয়।

ভাৰতীয় মতে চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰাশিফল গণনা কৰা হয়। কিন্তু ইংৰাজী অনুসৰি, এই ক্ষেত্ৰত সূৰ্যক অগ্ৰাধিকাৰ দিয়া হয়।

  • Share this:
ভাৰতীয় মতে চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰাশিফল গণনা কৰা হয়। কিন্তু ইংৰাজী অনুসৰি, এই ক্ষেত্ৰত সূৰ্যক অগ্ৰাধিকাৰ দিয়া হয়। গতিকে ইংৰাজীত ৰাশিক চান চাইন (Sun Sign) বুলি কোৱা হয়। এই ক্ষেত্ৰত, জন্মদিন অনুসৰি নিৰ্ণয় কৰা হয় ৰাশি।

মেষঃ

  • আজিৰ দিনটোত শৰীৰসুস্থ থাকিব।

  • আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতিহব। শিক্ষার্থী শুভ।

  • শিল্পীৰ অশাস্তিৰ মাজতেই কিছু উন্নয়নমূলক কামত আগবাঢ়িব।

  • ৰাজনীতিক আৰু সমাজকর্মী নতুন লাভজনক কামত লাগিব। সংখ্যাতত্ত্বৰ ফালৰ পৰা শুভ কাৰক।


বৃষঃ

  • বৃষ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ বাবে শুভ। ৰোগৰ উপশম হােৱাৰ যােগ।

  • সাহিত্যিক, শিল্পীৰ শুভ সংযােগকাৰক হ’ব।

  • ৰাজনীতিক আৰু সমাজকৰ্মীৰ কৰ্মত উৎসাহ বৃদ্ধি হ’ব।

  • প্রেম,আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হ’ব।

  • আর্থিক,বাণিজ্য আৰু কৰ্মত উন্নতিৰ’যোগ।


কর্কট-

  •  ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে৷

  • কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ সৈতে মতান্তৰৰ সম্ভাৱনা৷

  • যাত্রা শুভ৷


সিংহঃ

  • আর্থিক চিন্তা থাকিব ৷ প্রাপ্য ধন পোৱাৰ চেষ্টাও ব্যর্থ হ’ব পাৰে৷

  • ধর্মীয়ানুষ্ঠানত যোগদানৰ সম্ভাৱনা আছে৷ কর্মত অৱশ্যে খ্যাতি থাকিব৷ যাত্রাও মধ্যম৷


কন্যাঃ

  • সু–সংযোগ লাভৰ যোগ৷

  • আর্থিক ভাবে মধ্যমীয়া।

  • আজি আপুনি পুৱা বিষ্ণু মন্দিৰত পূজা কৰিব৷


তুলাঃ

  • আজি ৰাজনৈতিক যিকোনো বিষয়ে মন্তব্য দিব নালাগে।

  • খং চম্ভালিব লাগিব।

  • কোনোকাৰণত মানসিক অশান্তি হব পাৰো পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ কাৰক।বৃশ্চিক ৰাশিঃ

  • যদি এটা নিৰ্দিষ্ট প্ৰকল্পৰ বাবে নিৰ্দিষ্ট কিবা শিকাৰ প্ৰয়োজন হয় তেন্তে দিনটো এই কাৰ্যৰ বাবে ভাল।

  • মনৰ কিছু অশান্তি হ’ব পাৰে।

  • শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু অশান্তি হ’ব।ধনুঃ

  • আজি আপুনি সহজে আনৰ মন বুজি পাব আৰু ভৱিষ্যতৰ ইংগিতো পাব।

  • প্ৰেমত শুভ।

  • আৰ্থিক কাৰণত কিছু চিন্তা।মকৰঃ

  • কৰ্মস্থানত অংশীদাৰীত্ব উন্নত কৰাত সহায় কৰিব।

  • আজি ব্যক্তিগত সম্পৰ্ক শক্তিশালী কৰিব।

  • মাতৃৰ স্বাস্থ্যক লৈ চিন্তা।কুম্ভ ৰাশি

  •  দিনটো কামৰ জৰিয়তে অতিবাহিত কৰা হ'ব।

  • হাতৰ কাম সহজে সম্পূৰ্ণ হ'ব।মীন ৰাশিঃ 

  • দৈনন্দিন কামৰ পৰিৱৰ্তে আজি সৃষ্টিশীল বস্তুৰ ওপৰত গুৰুত্ব দিয়াটোৱে ইয়াক উন্নত কৰাত সহায় কৰিব।

  • নতুন ব্যৱসায় আৰম্ভ কৰিলে সুফল লাভৰ সম্ভাৱনা।


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি