• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Horoscope Today : ২৩ নৱেম্বৰৰ ৰাশিফল, আপোনাৰ আজিৰ দিনটো কেনে যাব চাওক

Horoscope Today : ২৩ নৱেম্বৰৰ ৰাশিফল, আপোনাৰ আজিৰ দিনটো কেনে যাব চাওক

দিনটোৰ আৰম্ভণিতে চাওক আজিৰ দিনটোৰ ভাগ্যফল

দিনটোৰ আৰম্ভণিতে চাওক আজিৰ দিনটোৰ ভাগ্যফল

দিনটোৰ আৰম্ভণিতে চাওক আজিৰ দিনটোৰ ভাগ্যফল

  • Share this:
মেষ : আনৰ কথাত প্ৰভাৱিত হোৱাতকৈ নিজৰ বিচাৰ বুদ্ধিৰ ওপৰত আস্থা ৰখাই ভাল। শ্ৰেষ্ঠ সিদ্ধান্ত লোৱা সম্ভৱ হ’ব।

বৃষ : কঠোৰ পৰিশ্ৰম কৰাৰ বাবে প্ৰস্তুত থাকিব লাগিব। নিজৰ ইতিবাচক শক্তিৰ দ্বাৰা আনকো প্ৰভাৱিত কৰা সম্ভৱ হ’ব।

মিথুন : নিজৰ দায়িত্বৰ লগতে স্বাধীনতা পোৱা সম্ভৱ হ’ব। উদ্বেগ, মানসিক চাপ, শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।

কৰ্কট : কঠোৰ পৰিশ্ৰমৰ সুফল পাব। আৰ্থিক উন্নতি সম্ভৱ। স্বীকৃতি আৰু সন্মান পাব পাৰে। কামৰ বাবে প্ৰশংসা পাব।

সিংহ : সফলতা আহিব। একেলগে অব্যাহত থাকিব আবেগৰ প্ৰবাহ। যিকোনো সমস্যাৰ মোকাবিলা কৰিব লাগিব।

কন্যা : আত্মদৰ্শন, নীতি পুনৰমূল্যায়নৰ সময় এয়া। অতীতৰ সিদ্ধান্তৰ বাবে নিজকে বা সংগীক প্ৰশ্ন কৰা হ’ব পাৰে।

তুলা : আয়, ব্যয় পৰিচালনাৰ ক্ষেত্ৰত আৰু মনোযোগ প্ৰয়োজন। সতৰ্ক ন’হলে অপ্ৰত্যাশিত ব্যয়ৰ কাৰণে বিপদ আহিব পাৰে।

বৃশ্চিক : অতিৰিক্ত খাদ্য গ্ৰহণৰ বাবে শাৰীৰিক অসুস্থতা দেখা দিব পাৰে। নিয়মিত ব্যায়াম প্ৰয়োজন।

ধনু : অতীতৰ ভিত্তিত হয়তো কোনো দুৰ্ঘটনাৰ কাৰণ লুকাই আছে। ইয়াৰ বাবে খ্যাতি হ্ৰাস পাব পাৰে। সতৰ্ক থাকিব লাগিব।

মকৰ : কোনো কাৰণত আঘাত পোৱাৰ আশংকা আছে। সতৰ্ক হৈ থাকিব লাগিব। ব্যক্তিগত সম্পৰ্কৰ বাবে শুভ দিন। কিন্তু বিভ্ৰান্তি থাকিব পাৰে, কথা ক’ব লাগিব।

কুম্ভ : কোনো আনন্দৰ অনুষ্ঠানত যোগ দিয়াৰ সম্ভাৱনা। কেৰিয়াৰৰ ক্ষেত্ৰত সকলো বাধা অতিক্ৰম কৰিব। কিন্তু অতিৰিক্ত আত্মবিশ্বাস ভাল নহয়।

মীন : কৰ্মক্ষেত্ৰত কোনোৱে ষড়যন্ত্ৰ কৰিব পাৰে। কোনে পিছফালৰ পৰা ছুৰী মাৰিছে সেয়াও জানিব পাৰিব। শান্তভাৱে মোকাবিলা কৰিব লাগিব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি