உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ৰাশিচক্ৰ ১ এপ্ৰিলঃ জানি লওক কিদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো?

    ৰাশিচক্ৰ ১ এপ্ৰিলঃ জানি লওক কিদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো?

    জন্মদিন মিলাই জানি লওক আজিৰ দিনটোত কোন ৰাশিৰ কি নিৰ্দিষ্ট খবৰ আছে জাতক-জাতিকাৰ বাবে!

    জন্মদিন মিলাই জানি লওক আজিৰ দিনটোত কোন ৰাশিৰ কি নিৰ্দিষ্ট খবৰ আছে জাতক-জাতিকাৰ বাবে!

    জন্মদিন মিলাই জানি লওক আজিৰ দিনটোত কোন ৰাশিৰ কি নিৰ্দিষ্ট খবৰ আছে জাতক-জাতিকাৰ বাবে!

    • Share this:
    ভাৰতীয় পৰম্পৰা মতে, ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে, এই ক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। গতিকে ইংৰাজীত ৰাশিক কোৱা হয় চান চাইন। এই ক্ষেত্ৰত জন্মদিন অনুসৰি বুজা যায় যে, এজন ব্যক্তি কোন ৰাশিৰ জাতক-জাতিকা।

    জন্মদিন মিলাই জানি লওক আজিৰ দিনটোত কোন ৰাশিৰ কি নিৰ্দিষ্ট খবৰ আছে জাতক-জাতিকাৰ বাবে!

    • মেঘ- ১ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈকে নিয়মিত কামৰ উপৰিও অত্যাধিক কামৰ প্ৰস্তাৱ আহিব পাৰে। ইয়াৰ ওপৰত আপোনাৰ ভৱিষ্যতৰ উন্নতি নিৰ্ভৰ কৰিব।

    • বৃষ- নানা ধৰণৰ সামাজিক অনুষ্ঠানলৈ নিমন্ত্ৰণ আহিব। কিছু কিছু ক্ষেত্ৰত শৰীৰিক সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা।

    • মিথুন- নতুন কামৰ অ'ফাৰ। আৰ্থিক উন্নতিৰ যোগ।

    • কৰ্কট- আজিৰ দিনটোত আপোনাৰ অতি ভালদৰে অতিবাহিত হব। প্ৰেমতো শুভ।

    • সিংহ- হাতলৈ ধন আহিব।মাতৃৰ শৰীৰকলৈ কিছু চিন্তা।

    • কন্যা- মনলৈ কিছু নতুন চিন্তা অহাৰ সম্ভাৱনা। ঘৰলৈ পুৰণি বন্ধুৰ আগমন।

    • তুলা- সাৱধানে থাকক। শত্ৰুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।

    • বৃশ্চিক- আপোনাৰ ওপৰত অন্য লোকৰ প্ৰভাৱ থাকিব। নিজে যিটো কাম সঠিক বুলি ভাবে, সেই দিশতহে আগবাঢ়ক।

    • ধনু- কৰ্মক্ষেত্ৰত নতুন দিগন্ত। সম্পূৰ্ণ মনোযোগেৰে কাম কৰিলে উন্নতি হোৱাৰ পূৰ্ণ সম্ভাৱনা।

    • মকৰ- বিদেশৰ পৰা কামৰ অফাৰ পাব পাৰে। চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগত ভাবি লওক।

    • কুম্ভ- অতিৰিক্ত উপাৰ্জনৰ পথ সুগম।

    • মীন- অৱসৰৰ বিনোদনৰ বাবে পাব সময়।

    Published by:Himangshu Bhuyan
    First published: