• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • অহা সপ্তাহলৈকে থাকক সাৱধানে! এই কেইটা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ নহয় আগন্তুক সপ্তাহ

অহা সপ্তাহলৈকে থাকক সাৱধানে! এই কেইটা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ নহয় আগন্তুক সপ্তাহ

ৰাশি ফল! বহুতে বিশ্বাস কৰে বহুতে নকৰে! পুৱাই নিজৰ ৰাশিফল চাই দিনটোৰ বাবে পৰিকল্পনা কৰে বহুলোকে।

ৰাশি ফল! বহুতে বিশ্বাস কৰে বহুতে নকৰে! পুৱাই নিজৰ ৰাশিফল চাই দিনটোৰ বাবে পৰিকল্পনা কৰে বহুলোকে।

ৰাশি ফল! বহুতে বিশ্বাস কৰে বহুতে নকৰে! পুৱাই নিজৰ ৰাশিফল চাই দিনটোৰ বাবে পৰিকল্পনা কৰে বহুলোকে।

  • Share this:
ৰাশি ফল! বহুতে বিশ্বাস কৰে বহুতে নকৰে! পুৱাই নিজৰ ৰাশিফল চাই দিনটোৰ বাবে পৰিকল্পনা কৰে বহুলোকে। পিছে অহা ১৭ নৱেম্বৰলৈকে এই কেইটা ৰাশিৰ জাতক-জাতিকা থাকিব লাগিব সাৱধানে।

জানি লওক সবিশেষঃ

বৃষঃ  আগন্তুক সপ্তাহ বৃষ ৰাশিৰ বাবে অতি গুৰুত্বপূৰ্ণ। হঠাতে হেৰুৱাব পাৰে হাতলৈ অহা ধন। লেনদেনৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। এই দিনটোত কোনেও আগবঢ়োৱা অফাৰটো প্ৰথমে ভালদৰে বুজি লওক বা লোকচান হ'ব পাৰে। খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ কৰক ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷

কৰ্কটঃ কৰ্কট ৰাশিৰ জাতক-জাতিকাই আগন্তুক সপ্তাহটো সাৱধানে আগবাঢ়ক কৰ্মক্ষেত্ৰত। বজাৰৰ পৰিস্থিতিয়ে আকৰ্ষিত কৰিব পাৰে আপোনাক। কিন্তু বেছি মূলধনৰ ক্ষেত্ৰত সাৱধান হ'ব। আপুনি জ্যেষ্ঠসকলৰ সহায়ত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব লাগিব। এলাহ ভাব পৰিহাৰ কৰক ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

তুলাঃ অপ্ৰয়োজনীয় কামত ধন ব্যয় কৰা হ'ব পাৰে। স্বাস্থ্যৰ যতন ল'ব লাগিব। অসাৱধানতাৰ ফলত আপুনি হেৰুৱাব পাৰে হাতলৈ অহা ভাল সুযোগ।

মকৰঃ আপুনি কঠোৰ পৰিশ্ৰম অনুসৰি ফলাফল প্ৰাপ্ত কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ধৈৰ্যসহকাৰে কাম কৰিব লাগিব। খং আৰু অহংকাৰ পৰিহাৰ কৰিব লাগিব।দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷

মীনঃ সম্পদ এক লাভজনক স্থিতিত আছে। ধন হাতৰ পৰা ওলাই যাব পাৰে। ৰণনীতিৰ সৈতে কাম কৰক, বিশেষ সফলতা থাকিব। কৰ্ম-ব্যৱসায়ত সতৰ্ক থাকক ৷ লক্ষ্যত সফল ৷ অৱশ্যে কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি