• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Horoscope Today: ৬ আগষ্টৰ ৰাশিফল, এই ৰাশিৰ লোকৰ বাবে আজি আছে ভাল খবৰ!

Horoscope Today: ৬ আগষ্টৰ ৰাশিফল, এই ৰাশিৰ লোকৰ বাবে আজি আছে ভাল খবৰ!

আজি সাৱধানে চলক এই ৰাশিৰ জাতক–জাতিকাসকলে।

আজি সাৱধানে চলক এই ৰাশিৰ জাতক–জাতিকাসকলে।

আজি সাৱধানে চলক এই ৰাশিৰ জাতক–জাতিকাসকলে।

  • Share this:
মেষ : আজি আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কোনো কাম আনৰ ভৰসাত পেলাই নাৰাখিব। কৰ্মক্ষেত্ৰত কিছু বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে।

বৃষ : আজি নিজৰ যত্ন লওক। আজি আপুনি আৰু সংগীয়ে একেলগে থকাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আপোনাৰ কৰ্মদক্ষতা পৰিপূৰ্ণ ৰূপত প্ৰয়োগ কৰাত সফল হ’ব।

মিথুন : আজি নিজৰ বাস্তৱ বুদ্ধিৰ প্ৰয়োগ কৰাৰ চেষ্টা কৰক। আপোনাৰ শাৰীৰিক অৱস্থাৰ ক্ৰমাগত উন্নতি হ’লেও মানসিক অৱস্থাৰ অৱনতি হ’ব পাৰে। আজি সংগীৰ সৈতে ৰোমাণ্টিক সময় কটোৱাৰ বাবে ভাল দিন।

কৰ্কট : আজি আপুনি আপোনাৰ সকলো আধৰুৱা কাম সম্পূৰ্ণ কৰিব পাৰিব। আজি আপুনি চৰম আশাবাদী হ’ব। সম্পৰ্ক পৰৱৰ্তী স্তৰলৈ লৈ যোৱাৰ বাবে দিনটো আদৰ্শ।

সিংহ : আজি বন্ধুবৰ্গৰ সৈতে ফূৰ্তিৰে দিনটো পাৰ হ’ব। আপুনি সম্পৰ্কৰ এক জটিল অৱস্থানত ৰৈ আছঠে। কৰ্মক্ষেত্ৰত সামান্য সমস্যা হ’ব পাৰে।

কন্যা : আজি পৰিয়ালত চিন্তাৰ পৰিৱেশ সৃষ্টি হ’ব পাৰে। আপুনি নিজৰ সম্পৰ্কক লৈ অত্যধিক চিন্তা কৰিছে। আপোনাৰ কৰ্মদক্ষতা আৰু কাম কৰাৰ প্ৰৱণতাই আপোনাৰ জ্যেষ্ঠজনৰ দৃষ্টি আকৰ্ষণ কৰিব।

তুলা : আজি কাৰো আগত নিজৰ মতামত জোৰকৈ বুজাবলৈ নাযাব। সমগ্ৰ দিনটো আপোনাৰ শক্তি তুংগত থাকিব। আপোনাৰ সংগীয়েও আপোনাৰ নানাভাৱে সহায় কৰিব।

বৃশ্চিক : আজিৰ দিনটো নানা আবেগিক ঘটনাৰ মাজেৰে পাৰ হ’ব। আপুনি আজি বন্ধুত্বৰ নতুন সংজ্ঞা নিৰ্ধাৰণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত মনোযোগেৰে কাম কৰিব লাগিব।

ধনু : আজি ঘনে ঘনে আপোনাৰ মেজাজ পৰিৱৰ্তন হ’ব পাৰে। কৰ্মসূত্ৰে কিছু সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ ঘনিষ্ঠ মানুহৰ সৈতে সময় কটাওক। সহকৰ্মীৰ সৈতে সম্পৰ্ক গঢ়াৰ বাবে ভাল দিন।

মকৰ : আজি আপোনাৰ অতীতত সম্পৰ্ক থকা কোনো লোকৰ সৈতে সাক্ষাৎ হ’ব পাৰে। তেওঁ আপোনাৰ জীৱনলৈ নানা পৰিৱৰ্তন আনিব পাৰে। আজি আপুনি সম্পৰ্কক লৈ বিৰক্তিকৰ অনুভৱ কৰিব।

কুম্ভ : আজি কাৰোবাক কিবা কোৱাৰ আগতে চিন্তা কৰক। ইতিবাচক মনোভাৱ থাকিব। আপোনাৰ আৰ্থিক বিষয়ে আজি সিদ্ধান্ত ল’ব নোৱাৰিব আজি।

মীন : আজি ভাল খবৰ শুনাৰ বাবে সাজু থাকক। আজি বিশ্ৰামৰ দিন। আজি আপুনি এনে কাৰোবাৰ সৈতে সাক্ষাৎ কৰিব যিয়ে আপোনাক নানাভাৱে কেৰিয়াৰত সহায় কৰিব।
Published by:Sanjay Kumar Das
First published: