உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ৰাশিফল ১৩ নৱেম্বৰঃ এইকেইটা ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো অতিকৈ শুভ, হাতলৈ আহিব ধন

    ৰাশিফল ১৩ নৱেম্বৰঃ এইকেইটা ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো অতিকৈ শুভ, হাতলৈ আহিব ধন

    আজিৰ দিনটো কোন কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ-

    আজিৰ দিনটো কোন কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ-

    আজিৰ দিনটো কোন কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ-

    • Share this:
    ভাৰতীয় লোকৰ মতে, ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজীৰ মতে, এই ক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। গতিকে ইংৰাজীত ৰাশিক কোৱা হয় চান চাইন। এই ক্ষেত্ৰত জন্মদিন অনুসৰি বুজা যায় যে, এজন ব্যক্তি কোন ৰাশিৰ জাতক-জাতিকা।

    আজিৰ দিনটো কোন কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভঃ

    • মেঘ- বন্ধুৰ প্ৰত্যাখান, কৰ্মক্ষেত্ৰত সমস্যাই মনলৈ অসন্তুষ্টি ভাব আনিব।

    • বৃষ- কিছু আৰ্থিক দিশত চিন্তা থাকিব। নিজৰ জমা ধন হিচাপ কৰি বাস্তৱধৰ্মী সিদ্ধান্ত লওক

    • মিথুন- সংগীৰ সৈতে সাময়িক বিচ্ছেদ হ'ব পাৰে।

    • কৰ্কট- স্বাস্থ্যগত কাৰণত কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ সমস্যাক অৱহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ লওক।

    • সিংহ- নিজৰ সংগীক সময় দিয়ক। প্ৰেমত শুভ।

    • কন্যা- মনোযোগ ধৰি ৰাখক। কৰ্মক্ষেত্ৰত সাৱধান হওক।

    • তুলা- বিশেষ চিন্তাই মন অস্থিৰ কৰি তুলিব পাৰে।

    • বৃশ্চিক- আৰ্থিক ভাবে শুভ।

    • ধনু- প্ৰেমিক-প্ৰেমিকাই নিজৰ মাজত হোৱা ভুল বুজাবুজিৰ অৱসান ঘটাওক।

    • মকৰ- স্বাস্থ্যই কিছু সমস্যাৰ সৃষ্টি কৰিব।

    • কুম্ভ- আৰ্থিক দিশত শুভ। হাতলৈ ধন অহাৰ সম্ভাৱনা।

    • মীন- কৰ্মক্ষেত্ৰত নতুন যোগৰ সম্ভাৱনা।

    Published by:Himangshu Bhuyan
    First published: