ৰাশিচক্ৰ ৬ এপ্ৰিলঃ এইকেইটা ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো অতিকৈ গুৰুত্বপূৰ্ণ! জানি লওক

News18 Assam | News18-Assam
Updated:April 6, 2021, 9:30 AM IST
ৰাশিচক্ৰ ৬ এপ্ৰিলঃ এইকেইটা ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো অতিকৈ গুৰুত্বপূৰ্ণ! জানি লওক
আজিৰ দিনটো কোন কোন ৰাশিৰ ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভঃ

আজিৰ দিনটো কোন কোন ৰাশিৰ ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভঃ

  • Share this:
ভাৰতীয় লোকৰ মতে, ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজীৰ মতে, এই ক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। গতিকে ইংৰাজীত ৰাশিক কোৱা হয় চান চাইন। এই ক্ষেত্ৰত জন্মদিন অনুসৰি বুজা যায় যে, এজন ব্যক্তি কোন ৰাশিৰ জাতক-জাতিকা।

আজিৰ দিনটো কোন কোন ৰাশিৰ ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভঃ




    • মেঘ- আজিৰ দিনটো আপোনাৰ বাবে বিভিন্ন ধৰণৰ সুযোগ পোৱাৰ যোগ। আজিৰ দিনটোত সঠিক ভাবে সিদ্ধান্ত ল'লে সফলতা পোৱাটো নিশ্চিত।

    • বৃষ- কৰ্মক্ষেত্ৰত নতুন সুযোগ অহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো উজ্জ্বল।


    • মিথুন- আজিৰ দিনটোত শাৰীৰিক আৰু মানসিক ভাবে কিছু সমস্যাত ভুগিব পাৰে। গতিকে সকলো ক্ষেত্ৰতে সাৱধানে থকাতো মংগল।

    • কৰ্কট- কৰ্মক্ষেত্ৰই হওক নাইবা পাৰিবাৰিক ক্ষেত্ৰতে হওক আজিৰ দিনটো আপোনাৰ বাবে বিশেষ শুভ নহয়। নেতিবাচক চিন্তাৰে মন ভৰি থাকিব।

    • সিংহ- পৰিয়ালৰ কোনো সদস্য আজি আপোনাৰ মতামতৰ ওপৰত নিৰ্ভৰশীল হৈ উঠিব পাৰে।

    • কন্যা- নানা দুশ্চিন্তাৰে আৱৰি ৰাখিব। মনলৈ নেতিবাচক চিন্তা আহিব।

    • তুলা- সন্তানৰ বাবে শুভ। কৰ্মক্ষেত্ৰত সফলতা অৰ্জন। চাকৰিজীৱিয়ে সন্মান লাভৰ যোগ।

    • বৃশ্চিক- অতিৰিক্ত সাৱধনতা অবলম্বন কৰাটো ভাল। কৰ্মক্ষেত্ৰত অশান্তি বা সহকৰ্মীৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা।

    • ধনু- দীৰ্ঘদিনৰ পিছত ভাল খবৰ লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত মধ্যমীয়া। শৰীৰ সুস্থ। বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক।



Published by: Himangshu Bhuyan
First published: April 6, 2021, 9:28 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি